Posts

Showing posts from July, 2023

Class 2 Assamese

Image
  পাঠ-১               আমাৰ পঢ়াশালি 👉  ছবিত দেখুৱা পঢ়াশালিখন চোৱা আৰু তোমাৰ পঢ়াশালিখনৰ লগত কি কি মিল আৰু কি কি অমিল আছে কোৱা। উত্তৰঃ  তোমালোকে নিজে চেষ্টা কৰা। 👉  তোমাৰ পঢ়াশালিৰ চৌহদত থকা গছবিলাকৰ নাম কোৱা। উত্তৰঃ  তোমাৰ পঢ়াশালিৰ চৌহদত থকা গছবিলাকৰৰ নাম তোমালোকে নিজে লিখা। 👉 ছবিত দেখা বিদ্য়ালয়খনৰ চৌহদত এখন ফুলনি আঁকা ৰং কৰা। উত্তৰঃ  তোমালোকে নিজে ৰং কৰি আঁকা। 👉  তোমাৰ নামৰ প্ৰথম আখৰটো কি ? সেই আখৰেৰে চাৰিটা শব্দ লিখা। উত্তৰঃ   উদাহৰণ- নমিতা- ন                       নয়ন, নাহৰ, নবীন, নিজৰা। ভাস্কৰ- ভ                       ভাৰত, ভৱেশ, ভাত, ভীম। 👉 মনত পেলুৱা পঢ়োঁ আৰু লিখোঁ আহা -কাৰ (স্ৱৰ) চিন সলনি হোৱা ৰূপ 👉  নিজৰ নিজৰ পৰিচয় লিখো আহা উত্তৰঃ  তোমালোকে নিজৰ নিজৰ পৰিচয় নিজে লিখা। 👉  শেষৰ আখৰৰ মিল ৰাখি খালী বাকচত শব্দ ভৰোৱা। লাৰু                 আৰু           ঝাৰু           বাৰু ধাননি       ঘাহনি        বননি         জমনি শিশু               পশু           কিশু          জিশু পহু                শহু               বহু              বিহু ধুনীয়া            ঘুনীয়া            লুনীয়া         ম