Class 2 Assamese
পাঠ-১ আমাৰ পঢ়াশালি 👉 ছবিত দেখুৱা পঢ়াশালিখন চোৱা আৰু তোমাৰ পঢ়াশালিখনৰ লগত কি কি মিল আৰু কি কি অমিল আছে কোৱা। উত্তৰঃ তোমালোকে নিজে চেষ্টা কৰা। 👉 তোমাৰ পঢ়াশালিৰ চৌহদত থকা গছবিলাকৰ নাম কোৱা। উত্তৰঃ তোমাৰ পঢ়াশালিৰ চৌহদত থকা গছবিলাকৰৰ নাম তোমালোকে নিজে লিখা। 👉 ছবিত দেখা বিদ্য়ালয়খনৰ চৌহদত এখন ফুলনি আঁকা ৰং কৰা। উত্তৰঃ তোমালোকে নিজে ৰং কৰি আঁকা। 👉 তোমাৰ নামৰ প্ৰথম আখৰটো কি ? সেই আখৰেৰে চাৰিটা শব্দ লিখা। উত্তৰঃ উদাহৰণ- নমিতা- ন নয়ন, নাহৰ, নবীন, নিজৰা। ভাস্কৰ- ভ ভাৰত, ভৱেশ, ভাত, ভীম। 👉 মনত পেলুৱা পঢ়োঁ আৰু লিখোঁ আহা -কাৰ (স্ৱৰ) চিন সলনি হোৱা ৰূপ 👉 নিজৰ নিজৰ পৰিচয় লিখো আহা উত্তৰঃ তোমালোকে নিজৰ নিজৰ পৰিচয় নিজে লিখা। 👉 শেষৰ আখৰৰ মিল ৰাখি খালী বাকচত শব্দ ভৰোৱ...