Class 2 Assamese
পাঠ-১
আমাৰ পঢ়াশালি
👉 ছবিত দেখুৱা পঢ়াশালিখন চোৱা আৰু তোমাৰ পঢ়াশালিখনৰ লগত কি কি মিল আৰু কি কি অমিল আছে কোৱা।
উত্তৰঃ তোমালোকে নিজে চেষ্টা কৰা।
👉 তোমাৰ পঢ়াশালিৰ চৌহদত থকা গছবিলাকৰ নাম কোৱা।
উত্তৰঃ তোমাৰ পঢ়াশালিৰ চৌহদত থকা গছবিলাকৰৰ নাম তোমালোকে নিজে লিখা।
👉 ছবিত দেখা বিদ্য়ালয়খনৰ চৌহদত এখন ফুলনি আঁকা ৰং কৰা।
উত্তৰঃ তোমালোকে নিজে ৰং কৰি আঁকা।
👉 তোমাৰ নামৰ প্ৰথম আখৰটো কি ? সেই আখৰেৰে চাৰিটা শব্দ লিখা।
উত্তৰঃ উদাহৰণ-
নমিতা- ন নয়ন, নাহৰ, নবীন, নিজৰা।
ভাস্কৰ- ভ ভাৰত, ভৱেশ, ভাত, ভীম।
👉 মনত পেলুৱা পঢ়োঁ আৰু লিখোঁ আহা
-কাৰ (স্ৱৰ) চিন
সলনি হোৱা ৰূপ👉 নিজৰ নিজৰ পৰিচয় লিখো আহা
উত্তৰঃ তোমালোকে নিজৰ নিজৰ পৰিচয় নিজে লিখা।
👉 শেষৰ আখৰৰ মিল ৰাখি খালী বাকচত শব্দ ভৰোৱা।
লাৰু আৰু ঝাৰু বাৰু
ধাননি ঘাহনি বননি জমনি
শিশু পশু কিশু জিশু
পহু শহু বহু বিহু
ধুনীয়া ঘুনীয়া লুনীয়া মোহনীয়া
পাঠ ২
কেৰ্কেটুৱালৈ মৰম
১) কেৰ্কেটুৱা পোৱালিটো তাৰ মাকৰ বৰ মৰমৰ আছিল। তুমি কাৰ কাৰ মৰমৰ?
মই পেহীৰ মৰমৰ
মই ককাৰ মৰমৰ।
মই আইতাৰ মৰমৰ ।
মই বৰ্তা মৰমৰ ।
মই মাহীৰ মৰমৰ ।
👉যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখোঁ আহা।
২) ৰ-ৰ লগত অন্য় আখৰ যোগ হ'লে ৰ-ৰ ৰূপ সলনি হৈ (ৰেফ) হয় আৰু লগ হোৱা আখৰটোৰ ওপৰত বহে।
ৰেফ () যোগ কৰি যুক্তাক্ষৰ গঠন কৰোঁ আহা
ৰ+ক ৰই কই ৰ্ক
ৰ+ব ৰই বই ৰ্ব
ৰ+ম ৰই মই ৰ্ম
ৰ+ত ৰই তই ৰ্ত
ৰ+য ৰই যই ৰ্য
ৰ+জ ৰই জই ৰ্জ
ৰ+ণ ৰই ণই ৰ্ণ
ৰ+শ ৰই শই ৰ্শ
৩) পঢ়োঁ আহা
ৰ্ক তৰ্ক সতৰ্ক কৰ্কৰা কেৰ্কেটুৱা।
ৰ্ব গৰ্ব খৰ্ব পৰ্ব পৰ্বত।
ৰ্ম ধৰ্ম কৰ্ম বৰ্ম নৰ্মদা।
ৰ্ত আৰ্ত ধূৰ্ত কৰ্তব্য় কীৰ্তন
ৰ্য কাৰ্য ধৰ্য্য় সূৰ্য আৰ্য।
ৰ্জ দৰ্জা নিৰ্জু অৰ্জুন নিৰ্জন।
ৰ্ণ বৰ্ণ কৰ্ণ সুৱৰ্ণ বিৱৰ্ণ।
ৰ্শ অৰ্শ দৰ্শন আদৰ্শ নিদৰ্শন ।
৪) যুক্তাক্ষৰ ভাঙা
উদাহৰণ আৰ্ত ৰ্ত = ৰ+ ত
ধূৰ্ত ৰ্ত = ৰ + ত । কাৰ্য ৰ্য = ৰ + য।
ধৰ্ম ৰ্ম = ৰ + ম । দৰ্জা ৰ্জ = ৰ +জ।
সূৰ্য ৰ্য = ৰ + য । পৰ্বত ৰ্ব = ৰ + ব।
কৰ্ণ ৰ্ণ = ৰ + ণ । অৰ্শ ৰ্শ = ৰ + শ।
৫) শব্দ সাজা ।
ৰ্ক = মানুহ সতৰ্ক হৈ থাকিব লাগে।
ৰ্ব = ৰহিম কাইলৈ পৰ্বত চাব যাব।
ৰ্ম = প্ৰত্য়োক জাতীয়ে নিজৰ ধৰ্ম বজাই ৰাখিব লাগে।
ৰ্ত = মই আজি মাহী ঘৰলৈ গৈ কীৰ্তন চাম
ৰ্শ = ৰজিতা পৰিয়াল আজি মন্দিৰত দৰ্শন কৰিব যাব।
ৰ্জ = অৰ্জুন ধনু কাৰত বেছিকৈ পাকৈত।
পাঠ一৪
পখিলা
১) কোৱা আৰু লিখা
পখিলাৰ উপৰি আৰু কি কি পতংগ ফুলত পৰে?
উত্তৰঃ মৌ-মাখি, ভোমোৰা, মৌ-পিয়া।
২) পখিলা উৰে, চৰাই উৰে আৰু কি কি প্ৰাণী উৰিব পাৰে।
উত্তৰঃমৌ-মাখি, ভোমোৰা, মৌ-পিয়া আদি এনে অনেক প্ৰাণী উৰিব পাৰে।
৩) পখিলাটোৰ ছবিখনত ৰং বোলাওঁ আহা।
উত্তৰঃ এইটো তোমালোকে নিজে কৰিবা।
৪) গোন্ধ থকা আৰু গোন্ধ নথকা ফুলৰ নাম তালিকাত লিখা।
উত্তৰঃ গোন্ধ থকা ফুল গোন্ধ নথকা ফুলৰ
গোলাপ ফুল জৱা ফুল
তগৰ ফুল কাগজ ফুল
শেৱালি ফুল অশোক ফুল
নাৰ্জী ফুল মুচন্দা ফুল
৫) কি কি আকৰ যোগ হৈছে লিখা
ম্ৰ ৰ্ব ল্য় ৰ্জ ণ্য় ৰ্শ দ্য় ঘ্ৰ ক্য়
ম্ৰ 一 ম + ৰ ৰ্ব 一 ৰ +ব ল্য় 一 ল + য়
ৰ্জ 一 ৰ+ জ ণ্য় 一 ণ+ য় ৰ্শ 一 ৰ + শ
দ্য় 一 দ + য় ঘ্ৰ 一 ঘ + ৰ ক্য় 一 ক + য়
৬) শেষৰ ধ্বনি মিলাই শব্দ লিখা।
উৰি 一 ফুৰি, ধৰি, কৰি, মৰি।
কৰে 一 নকৰে, মৰে, লৰে, হাতেৰে।
ক'লে 一 নকলে, অকলে, পিছলে, ল'লে।
গাওঁ 一 মৰিগাওঁ, বঙাইগাওঁ, নগাওঁ, যাওঁ।
৭) কাষৰ পৰা যুক্তাক্ষৰ আনি অৰ্থপূৰ্ন শব্দ গঠন কৰা।
ৰ্ব ৰ্ক ৰ্য দ্য় ণ্য় ত্য় দ্ৰ গ্ৰ ম্ৰ শ্ৰ
উত্তৰঃ পৰ্বত অৰণ্য়
তৰ্ক ভদ্ৰ
সত্য় গ্ৰহ
পদ্য় নম্ৰ
সূৰ্য আশ্ৰম
৮ বাকচৰ পৰা একে অৰ্থৰ শব্দ বিচাৰি লিখা।
উত্তৰঃ বৰ্ষ দৰ্জা তৰ্জু দুৰ্ভিক্ষ সৰ্প সুৱৰ্ণ ভ্ৰমৰ দুৱাৰ 一 দৰ্জা
বছৰ一 বৰ্ষ
তুলাচনী 一
আকাল一 অভাৱ
সাপ一 সৰ্প
ভোমোৰা 一 ভ্ৰমৰ
সোণ 一 সুৱৰ্ণ
৯) 'ৰ'ৰ সলনি ৰেফ যোগ কৰি তলৰ শব্দবোৰ লিখা
উত্তৰঃ হৰষ一 হৰ্ষ।
বৰষ 一 বৰ্ষ ।
গৰজন 一 গৰ্জন ।
কৰম 一 কৰ্ম।
ধৰম 一 ধৰ্ম।
দুৰদিন 一 দুৰ্দিন।
পৰবত 一 পৰ্বত ।
১০) বাকচত থকা 'ৰ' ৰ সলনি ~কাৰ বহুৱাই শব্দ পঢ়া আৰু লিখা।
উত্তৰঃ প + ৰ + ণা + ম = প্ৰণাম।
হ + ৰ + দ = হ্ৰদ।
প + ত + ৰ = পত্ৰ।
ন + ম + ৰ = নম্ৰ।
ভ + দ + ৰ = ভদ্ৰ।
গ + ৰ + হ = গ্ৰহ।
শ + ৰ + ম = শ্ৰম।
১১) গছজোপাত কি কি দেখিছা লিখা।
উত্তৰঃ এইটো তোমালোকে নিজে ছবিৰ সহায়ত লিখিবলৈ যত্ন কৰিবা।
১২) বাক্য় সাজা
পখিলা 一 পখিলা দেখিবলৈ ধুনিয়া।
বাগিচা一 বাগিচাখনত বহুত ৰঙৰ ফুল ফুলি আছে।
মৌ-মাখি 一 সৌ মৌ-মাখিটো ফুলত পৰিছে।
ভোমোৰা一 ভোমোৰাজাকে ভূন ভূনাই আছে।
ফুল一 ফুল বহুত ৰঙৰ পোৱা যায়।
১৩) ঘেৰৰ পৰা মিলাই লৈ শব্দ সাজি লিখা।
ধান প্ৰধান
লয় প্ৰলয়
হাৰ প্ৰহাৰ
প্ৰ দান প্ৰদান
চাৰ প্ৰচাৰ
কাৰ প্ৰকাৰ
বাস প্ৰবাস
১৪) প বৰ্ণৰে শব্দ সাজোঁ আহা
উত্তৰঃ প 一 পখিলা, পৰুৱা, পতংগ, পাহি, পদ্য়, পাগল আদি।
১৫) পখিলাৰ বিষয়ে কেইশাৰীমান বাক্য় লিখা
উত্তৰঃ ১) পখিলা বোৰ দেখিবলৈ ধুনিয়া ।
২) পখিলা বাৰে বৰঙৰ পোৱা যায়।
৩) পখিলাই ফুলৰ মৌ প্ৰাণ কৰে।
৪) পখিলা বেছিকৈ ফুল থকা জেগাত পোৱা যায়।
৫) পখিলাৰ পাখি দুখন।
৬) পখিলাৰ উৰিব পাৰে।
পাঠ ৫
বুধিয়ক বীৰবল
১) কওঁ আহা
ক) আকবৰ কোন আছিল?
উত্তৰঃ আকবৰ দিল্লীৰ বাদছাহআছিল।
খ) আকবৰ ৰাজসভাৰ আটাইতকৈ বুধিয়ক সভাসদগৰাকী কোন আছিল?
উত্তৰঃ আকবৰ ৰাজসভাৰ আটাইতকৈ বুধিয়ক সভাসদগৰাকী বীৰবল আছিল।
গ) বীৰবলে ৰেখাডাল কেনেকৈ চুটি কৰিলে?
উত্তৰঃ আকবৰে আকি থোৱা ৰেখাডালৰ তলতে বীৰবলে আন এডাল দীঘল ৰেখা আকি আকবৰৰ ৰেখাডাল চুটি কৰি পেলালে।
ঘ) আকবৰে বীৰবলক কি দিলে?
উত্তৰঃ আকবৰে বীৰবলক পুৰস্কাৰ দিলে।
২) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আঢ়া
দিল্লী ল্ল = ল + ল লই লই ল্ল
ল্ল ল + ল লই লই ল্ল - দিল্লী, পাল্লা।
চ্চ চ + চ চই চই চ্চ - উচ্চ, উচ্চাৰণ।
ন্ন ন + ন নই নই ন্ন - অন্ন, উন্নতি।
ম্ম ম + ম মই মই ম্ম - আম্মা, মহম্মদ।
৩) যুক্তাক্ষৰ গঠন কৰোঁ আহা
ল + ল লই লই ল্ল
চ + চ চই চই চ্চ
ন + ন নই নই ন্ন
ম + ম মই মই ম্ম
৪) পঢ়ো আহাঁ
ল্ল পাল্লা, ৰসগোল্লা, চল্লিছ, সাতচল্লিছ।
চ্চ উচ্চ, উচ্চতা, উচ্চতৰ, উচ্চচাপ।
ন্ন অন্ন, পান্না, অভিন্ন, পঁচপন্ন।
ম্ম আম্মা, মহম্মদ।
৫) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
নমস্কাৰ স্ক = স + ক সই কই স্ক
স্ক স্ক = স + ক সই কই স্ক - বিস্কুট, নমস্কাৰ
স্ত স্ত = স + ত সই তই স্ত - স্তৰ, বস্তা
স্থ স্থ = স + থ সই থই স্থ - স্থান, আস্থা
স্ন স্থ = স + থ সই থই স্থ - স্নেহ, স্নান
স্প স্প = স + প সই পই স্প - স্পৰ্শ, স্পষ্ট
৬) যুক্তাক্ষৰ গঠন কৰোঁ আহা
স্ক = স + ক সই কই স্ক
স্ত = স + ত সই তই স্ত
স্থ = স + থ সই থই স্থ
স্থ = স + থ সই থই স্থ
স্প = স + প সই পই স্প
৭) যুক্তাক্ষৰ ভাঙি লিখাঁ
উদাহৰণ- স্ক = স + ক = স্ক
স্ত = স + ত = স্ত ল্ল = ল + ল = ল্ল স্ন
স্ন = স + ন = স্ন চ্চ = চ + চ = চ্চ
স্প = স + প = স্প ন্ন = স + প = স্প
স্থ = স + থ = স্থ ম্ম = ম + ম = ম্ম
৮) ছবিৰ লগত মিলা নামটো কাষৰ ঘৰত লিখা
উত্তৰঃ এইটো তোমালোকে নিজে কৰিবা নিজে নোৱাৰিলে ছাৰ-বাইদেউক সুধিবা।
৯) শব্দত থকা যুক্তাক্ষৰ ভাঙি দেখুওৱা
দিল্লী, = ল্ল = ল + ল
উন্নয়ন = ন্ন = ন + ন
উচ্চাৰণ। = চ্চ = চ + চ
মহম্মদ। = ম্ম = ম +ম
১০) 'ক' যুক্তাক্ষৰসমূহ 'খ' অংশৰ শব্দত বিচাৰি শব্দটো লিখা
'ক' অংশ 'খ' অংশ
ল্ল ন্ন চ্চ ম্ম পাল্লা, মহম্মদ, উচ্চ, উচ্চতা, দিল্লী, উন্নত, উচ্চমান, অন্ন,
বিভিন্ন, আম্মা, ৰসগোল্লা
উদাহৰণ一
ল্ল 一 দিল্লী, ৰসগোল্লা, পাল্লা। ন্ন 一 বিভিন্ন, উন্নত, অন্ন,
চ্চ 一 উচ্চ, উচ্চতা, উচ্চমান,
ম্ম 一 মহম্মদ, আম্মা
১১) যুক্তাক্ষৰকেইটাৰে দুটাকৈ শব্দ সাজা
ল্ল 一 লালকিল্লা, দিল্লী।
স্থ 一 স্থান, আস্থা।
স্ন 一 স্নেহ, স্নায়ু।
স্ত 一 স্তৰ, বস্তা।
চ্চ 一 উচ্চ, উচ্চতা।
স্প 一 স্পৰ্স, স্পৃহা।
স্ক 一 স্কেল, স্কুল.
ন্ন 一 অন্ন, পান্না।
১২) বাক্য় সাজি লিখা
ৰসগোল্লা 一 ৰসগোল্লা বহুত মিঠা।
ৰাস্তা 一 টেক্টৰ আহি ৰাস্তাটোৰ বেয়া কৰি পেলাইছে।
পুৰস্কাৰ 一 ৰবীনে খেল খেলোতে পুৰস্কাৰ পালে।
উপস্থিত 一 আজি স্কুলত ৰীণা বাইদেউ উপস্থিত নাই
স্নেহ 一 মাকে পুতেকক বহুত স্নেহ কৰে।
১৩) চাই চাই লিখা
উত্তৰঃ এই তিনিখাৰী হাতৰ আখৰ তোমালোকে নিজে লিখা।
পাঠ ৬
সাহসী ল'ৰাজন
১) কওঁ আহা
ক) সাহসি ল'ৰাজনে কি কি সাহসিতাৰ কাম কৰিছিল?
উত্তৰঃ সাহসী ল'ৰাজনে অতি কম বয়সতে তেওঁ ভৰা লুইত সাতুৰি পাৰ হৈছিল।এবাৰ তেওঁ দুৰ্দান্ত ষাঁড় এটা শিঙত ধৰি বহগৰাই দিছিল।
খ) কোনে তেওঁক ডাঙৰ-দীঘল কৰিছিল?
উত্তৰঃবুঢ়ীমাক খেৰসূতীয়ে তেওঁক ডাঙৰ-দীঘল কৰে।
গ) টোল মানে কি?
উত্তৰঃ পঢ়াশালিক টোল বুলিছিল।
ঘ) ক-খ শিকিয়েই ল'ৰাজনে কি ৰচনা কৰিছিল
উত্তৰঃ ক-খ শিকিয়েই ল'ৰাজনে এটা আ-কাৰ ই-কাৰপদ্য় ৰচনা কৰে।
ঙ) তেওঁ পিছত কি ৰূপে পৰিগণিত হ'ল?
উত্তৰঃ তেওঁ পিছত মহাপুৰুষ হিচাপে পৰিগণিত হ'ল।
২) যুক্তাক্ষৰ ভাবি পঢ়োঁ আৰু লিখোঁ আহা
বুদ্ধি দ+ ধ দই ধই দ্ধ
দ্ধ দ+ ধ দই ধই দ্ধ 一 বুদ্ধি, শুদ্ধ।
ষ্য় ষ + য় ষই য়ই ষ্য় 一 ভাষ্য়, শিষ্য় ।
ষ্ঠ ষ + ঠ ষই ঠই ষ্ঠ 一 ষষ্ঠ, গৰিষ্ঠ।
ঙ্ক ঙ + ক ঙই কই ঙ্ক一 অঙ্ক, শঙ্ক।
ত্ৰ ত + ৰ তই ৰই ত্ৰ 一 পুত্ৰ, সূত্ৰ।
ম্প ম + প মই পই ম্প 一 কম্পন, ভূমিকম্প।
ন্ত ন+ ত নই তই ন্ত 一 অন্ত , বন্তি।
৩) যুক্তাক্ষৰগঠন কৰোঁ আহা
দ+ ধ দই ধই দ্ধ।
ষ + য় ষই য়ই ষ্য়।
ষ + ঠ ষই ঠই ষ্ঠ।
ঙ + ক ঙই কই ঙ্ক।
ত + ৰ তই ৰই ত্ৰ।
ম + প মই পই ম্প।
ন + ত নই তই ন্ত।
৪) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা一
ম্ব ম + ব মই বই ম্ব 一 কুসুম্বৰ , অম্বিকা।
ন্ম ন + ম নই মই ন্ম一 জন্ম, চিন্ময়।
ক্ম ক + ম কই মই ক্ম一 ৰুক্ম, ৰুক্মিণী।
ন্দ্ৰ ন + দ + ৰ নই দই ন্দ্ৰ তাত ৰ (∽) কাৰে ন্দ্ৰ 一 ইন্দ্ৰ , নৰেন্দ্ৰ।
৫) যুক্তাক্ষৰ গঠন কৰোঁ আহা
ম + ব মই বই ম্ব
ন + ম নই মই ন্ম
ক + ম কই মই ক্ম
ন + দ + ৰ নই দই ন্দ্ৰ তাত ৰ (∽) কাৰে ন্দ্ৰ
৬) শব্দৰ মাজৰ পৰা যুক্তাক্ষৰ বাচি উলিয়াই লিখা
শান্ত বালিসত্ৰ অনুষ্ঠান উন্মনা অমূল্য় ভূমিকম্প অঙ্ক কেন্দ্ৰ
শান্ত 一 ন্ত , বালিসত্ৰ一 ত্ৰ , অনুষ্ঠান一ষ্ঠ , উন্মনা一 ন্ম , অমূল্য়一ল্য় , ভূমিকম্প一ম্প
অঙ্ক一ঙ্ক , কেন্দ্ৰ一 ন্দ্ৰ
৭) একে অৰ্থ প্ৰকাশ কৰা শব্দ আচঁ টানি মিলাওঁ আহা।
পদ্য় পঢ়াশালি
গুৰু ছাত্ৰ
টোল কবিতা
শিষ্য় কিতাপ
অনেক শিক্ষক
পুথি বহুত
উত্তৰঃ পদ্য়一 কবিতা।
গুৰু一 শিক্ষক।
টোল一 পঢ়াশালি।
শিষ্য়一 ছাত্ৰ।
অনেক一 বহুত।
পুথি一 কিতাপ।
৮) দফাটো পঢ়ি আঁচ দিয়া শব্দসমূহৰ অৰ্থ শিক্ষকৰ সহায়ত জানি লিখা
পুৰণি কালত স্কুল নাছিল। ছাত্ৰসকলে টোলত পঢ়াশুনা কৰিছিল। তেওঁলোকে প্ৰখৰ ৰ'দ-বৰষুণৰ বাধা নামানি কঠোৰ শ্ৰম কৰিছিল। শিক্ষকক গুৰু আৰু ছাত্ৰক শিষ্য় বুলিছিল। বল ,বুদ্ধি আৰু সাহসেৰে দুৰ্দান্ত পশুকো বশ কৰিব পাৰি।
সংস্কৃত পঢ়াশালি, বৰচোকা, টান, ছাত্ৰ, শিক্ষক, অধীন, দমাব নোৱৰা
শব্দ অৰ্থ
টোলত 一 সংস্কৃত পঢ়াশালি
প্ৰখৰ 一 বৰচোকা
কঠোৰ 一 টান
গুৰু 一 শিক্ষক
শিষ্য় 一 ছাত্ৰ
দুৰ্দান্ত 一 দমাব নোৱৰা
বশ 一 অধীন
৯) যুক্তাক্ষৰ ভাঙা আৰু শব্দ সাজা
ষ্য় 一 শিষ্য়, বিশেষ্য়, ভাষ্য়, ভৱিষ্য়ৎ।
দ্ধ 一 বুদ্ধ, বুদ্ধি, শুদ্ধ, নিষিদ্ধ।
ষ্ঠ 一 ষষ্ঠ, ষষ্ঠী, গৰিষ্ঠ, প্ৰতিষ্ঠা।
ত্ৰ 一 মন্ত্ৰ, সত্ৰ, ছাত্ৰ, মিত্ৰ।
ন্ম 一 জন্ম, চিণ্ময়।
ঙ্ক 一 লঙ্কা, শঙ্কা, শঙ্কৰ, অহঙ্কাৰ।
ম্ব 一 অম্বিকা, কুসুম্বৰ।
ন্দ্ৰ 一 নৰেন্দ্ৰ, ইন্দ্ৰ, মহেন্দ্ৰ, চন্দ্ৰ।
ক্ম 一 ৰুক্মণি, ৰুক্ম।
ম্প 一 স্পৰ্শ, অস্পৰ্শ, ।
ন্ত 一 দুৰ্দান্ত, অন্ত, মাতন্ত।
১০) তলৰ আঁচ তনা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ বাকচৰ পৰা আনি খালী ঠাইত লিখা।
চাপৰ, বেছি, পাছ, ভোটা, সৰু , ভয়াতুৰ, ৰাতিৰ
ক) অম্বিকাৰহঁতৰ বিদ্য়ালয়ৰ আগফালে এখন ফুলনি আৰু পাছফালে প্ৰশ্ৰাৱাগাৰ আছে।
খ) ইন্দ্ৰানীৰ গিলাচত কম গাখীৰ আছে, আনহাতে সম্পূৰ্ণাৰ গিলাচত বেছি গাখীৰ আছে।
গ) আমাৰ বিদ্য়ালয়ৰ গৃহটো ডাঙৰ পিছে ৰান্ধনি ঘৰটো সৰু।
ঘ) দিনৰ আকাশত বেলি ওলায় আৰু ৰাতি আকাশত জোন ওলায়।
ঙ) তামোল গছ ওখ, আৰু বেঙেনা গছ চাপৰ।
চ) মৃগাঙ্ক অতি সাহসী ল' ৰা। পিছে যতীনহে বৰ ভয়াতুৰ
ছ ৰীমাৰ বুদ্ধি প্ৰখৰ, আনহাতে তন্দ্ৰাৰবুদ্ধি ভোটা।
১১) চাই চাই লিখা।
উত্তৰঃএই তিনিখাৰী হাতৰ আখৰ তোমালোকে নিজে লেখিবা।
পাঠ-৭
ভালুকে খেলিলে ফুটবল
১) সাধুটো পঢ়া আৰু তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কোৱা
ক) ভালুকে প্ৰথমে বাঘৰ পোৱালিটোক কি বুলি ভাৱিছিল?
উত্তৰঃ ভালুকে প্ৰথমে বাঘৰ পোৱালিটোক এটা ফুটবল বুলি ভাবিছিল।
খ) ভালুকটোৱে বাঘৰ পোৱালিটোক কি কৰিলে?
উত্তৰঃ ভালুকটোৱে বাঘৰ পোৱালিটোক পাই ফুটবল খেলিলে।
গ) বাঘৰ পোৱালিটোৱে ভালুকক কি কৰিবলৈ অনুৰোধ কৰিছিল?
উত্তৰঃ বাঘৰ পোৱালিটোৱে ভালুকক হাতালি খেলিবলৈ অনুৰোধ কৰিছিল।
ঘ) বাঘৰ পোৱালিটোৱে তাক বাৰে বাৰে ওপৰলৈ দিয়াবলৈ কিয় অনুৰোধ কৰিছিল?
উত্তৰঃ বাঘৰ পোৱালিটোৱে তাক বাৰে বাৰে ওপৰলৈ দিয়াবলৈ কৈছিল কাৰণ তাৰ বৰ মজা লাগিছিল।
ঙ) বাঘৰ পোৱালিটোক ওপৰলৈ দিলিয়াই দি ভালুকে কিয় লৰ মাৰিব লগা হল?
উত্তৰঃ বাৰে বাৰে হাতালি খেলি ভাগৰত ভালুক ককাইৰৰ অৱস্থা কাহিল হৈছিল।
২) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখো আহা
ঠাণ্ডা ণ্ড = ণ + ড ণই ডই ণ্ড
ণ্ড ণ + ড ণই ডই ণ্ড = ঠাণ্ডা, পণ্ডিত
ষ্ট ষ + ট ষই টই ষ্ট = দুষ্ট, পুষ্ট
স্ফ স + ফ সই ফই স্ফ = স্ফটিক, স্ফোটক
৩) যুক্তাক্ষৰ গঠন কৰোঁ আহা
ণ + ড ণই ডই ণ্ড
ষ + ট ষই টই ষ্ট
স + ফ সই ফই স্ফ +
৪) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
কিন্তু ন্তু = ন + ত নই তই ন্তু তাত উকাৰে ন্তুু
ন্তু ন + ত নই তই ন্ত তাত উকাৰে ন্তুু = ন্তু
স্তু স + ত সই তই স্ত তাত উকাৰে ন্তুু = ন্তু
কিন্তুু = কিন্তু, জন্তুু = জন্তুু , সন্তুুষ্ট = সন্তুষ্ট
বস্তুু = বস্তু, কস্তুুৰী = কস্তুৰী , মাস্তুুল = মাস্তুল
৫যুক্তাক্ষৰ গঠন কৰোঁ আহা
ন + ত নই তই ন্ত তাত উকাৰে ন্তুু = ন্তু
স + ত সই তই স্ত তাত উকাৰে ন্তুু = ন্তু
৬) যুক্তাক্ষৰ ভাঙা আৰু শব্দ লিখা
ণ্ড ণ + ড ণই ডই ণ্ড = ঠাণ্ডা, পণ্ডিত
ষ্ট ষ + ট ষই টই ষ্ট = দুষ্ট, পুষ্ট
স্ফ স + ফ সই ফই স্ফ = স্ফটিক, স্ফোটক
ন্তু ন + ত নই তই ন্ত তাত উকাৰে ন্তু = কিন্তু, জন্তু
স্তু স + ত সই তই স্ত তাত উকাৰে স্তু = বস্তু, মাস্তুল
৭) বাক্য়কেইটা সাধুটোৰ দৰে ক্ৰমত সজাই লিখা
বাঘৰ পোৱালিটো ওপৰলৈ দলিয়াই দি ভালুকে ভিৰাই লৰ মাৰিলে।
ঠাণ্ডাতে সি কুচিঁ-মুচি বল এটা দৰে হৈ আছিল।
ভালুকে বাঘৰ পোৱালিটোক দূৰলৈ ভৰিৰে সজোৰে মাৰি পঠিয়ালে।
ভালুক ককাইৰহে ভাগৰত অৱস্থা কাহিল হৈ পৰিল।
জামু গছৰ তলত বাঘৰ পোৱালি এটা শুই আছিল।
উত্তৰঃ জামু গছৰ তলত বাঘৰ পোৱালি এটা শুই আছিল।
ঠাণ্ডাতে সি কুঁচি-মুচি বল এটাৰ দৰে হৈ আছিল।
ভালুকে বাঘৰ পোৱালিটোক দূৰলৈ ভৰিৰে সজোৰে মাৰি পঠিয়ালে।
ভালুক ককাইৰহে ভাগৰত অৱস্থা কাহিল হৈ পৰিল।
বাঘৰ পোৱালিটো ওপৰলৈ দলিয়াই দি ভালুকে ভিৰাই লৰ মাৰিলে।
৮) যুক্তাক্ষৰ যুক্ত শব্দ লিখা
ণ্ড = ঠাণ্ডা, কাণ্ড, প্ৰকাণ্ড।
ন্তু = জন্তু, তন্তু, কিন্তু।
স্ফ = স্ফটিক, স্ফোটক, স্ফূৰ্টি।
ন্ত = অন্ত, বন্তি, কন্তি।
ষ্ট = কষ্ট, মাষ্টৰ, গ্ৰীষ্ম।
স্তু = প্ৰস্তুত, বস্তু, মাস্তুল।
পাঠ- ৮
বোন্দাৰ বিলৈ
১) কওঁ আহা
一 নিশা কান্ধত জোলোঙা লৈ কোন ওলাল?
উত্তৰঃ নিশা কান্ধত জোলোঙা লৈ নিগনি ওলাল।
一 নিগনিয়ে কি পোৱাৰ আশাত ওলাইছিল?
উত্তৰঃ নিগনিয়ে ভঁৰালৰ পৰা কিজানি এমুঠি খুদ-কণ গোটাব পাৰি বুলি আশাত ওলাইছিল।
一 ডুলিৰ আৰত কোন লুকাই আছিল?
উত্তৰঃ ডুলিৰ আৰত বোন্দা লুকাই আছিল।
一 বোন্দাই থাপ মাৰোঁতে নিগনিয়ে কেনেকৈ দৌৰিছিল?
উত্তৰঃবোন্দাই থাপ মাৰোঁতে নিগনিয়ে তৰা-নৰা ছিঙি লৰ মাৰিছিল।
一 নিগনিটো ধৰিবলৈ গৈ বোন্দা ক'ত পৰিল?
উত্তৰঃ নিগনিটো ধৰিবলৈ গৈ বোন্দা চূণৰ চৰ্ত পৰিল।
২) ভাৱা আৰু কোৱা
一 নিগনিটোৱে কান্ধত লৈ ফুৰা জোলোঙত কি কি ভৰাব পাৰি?
উত্তৰঃ নিগনিটোৱে লৈ ফুৰা জোলোঙাত নিগনিয়ে খাদ্য় আৰু অনেক বস্তু ভৰাব।
一 নিগনিয়ে কি কি কুটে?
উত্তৰঃ নিগনিয়ে কাপোৰ কুটে , কাগজ কুটে আৰু অনেক বস্তু কুটে
৩) যুক্তাক্ষৰ ভাঙি পঢোঁ আৰু লিখোঁ আহা
কান্ধ ন্ধ ন + ধ নই ধই ন্ধ
ন্ধ ন + ধ নই ধই ন্ধ 一 বান্ধ, ৰান্ধনি
৪) যুক্তাক্ষৰ গঠন কৰো আহা
ন + ধ নই ধই ন্ধ
৫) সমাৰ্থক শব্দ জানো আহা
জোলোঙা 一 মোনা
বোন্দা 一 ডাঙৰ মতা মেকুৰী
সন্মুখ 一 আগফাল
নিশা 一 ৰাতি
আৰি লোৱা 一 ওলোমাই লোৱা
পিলিঙা 一 পাতল মনৰ
গোটাব 一 জমা কৰিব
৬) সাথঁৰ ভাঙো আহা
আগত বা পিছত ৰ
মাজত থাকে নই দই ন্দ
কোৱাচোন কোৱা জোঁটাই
মোৰ নাম কি ভাই
উত্তৰঃ বান্দৰ ।
৭) ছবিবোৰ চাই নাম কোৱা আৰু লিখা।
উত্তৰঃ ১) মন্দিৰ ২) বান্দৰ ৩) মহাত্মা গান্ধী ৪) ফুল ৫) মোনা ৬) জাহাজ ৭) ভেণ্ডি ৮) বিস্কুট।
৮) যুক্তাক্ষৰটো ভাঙা আৰু শব্দ লিখা.
ন্ধ 一 ন + ধ নই ধই ন্ধ 一 কান্ধ, গান্ধী
ন্দ 一 ন + দ নই দই ন্দ 一 আনন্দ, বান্দৰ
৯) পঢ়া, কোৱা আৰু লিখা।
ক) বাঘ, ছাগলি, হৰিণ, হাঁহ,
ইহঁতৰ কোনে নাখায় ঘাহ
উত্তৰঃ বাঘ।
খ) বাহত থাকি বতাহত উৰে
খাদ্য় বিচাৰি পানীত ফুৰে।
উত্তৰঃ বগলী।
গ) বেঙে কৰে কালৈ ভয়
চোবাই নাকায় গিলিহে থয়।
উত্তৰঃ সাপ।
১০) কিহে কেনেকৈ আমাক সহায় কৰে দলত আলোচনা কৰি কোৱা আৰু লিখা
হাতী 一 হাতী মানুহক পিঠিত লৈ যায়। তাৰে পৰি পিঠিত গধুৰ মাল বস্তু নিয়ে ।হাতীৰ দাঁতেৰে অলংকাৰ বনোৱা হয়। ইয়াৰ হাড়ৰ দ্বাৰা বিভিন্ন বস্তু বনোৱা হয়। ইয়াৰ ছালেৰে বেগ, মোনা, বেল্ট, পেটী আদি তৈয়াৰ কৰা হয়।
ঘোঁৰা一 ঘোঁৰা বৰ উপকাৰী জন্তু। আগৰ যুগত ঘোঁৰাৰ দ্বাৰা বোজা কঢ়িওৱা হৈছিল আৰু মানুহে এঠাইৰ পৰা আন ঠাইলৈ ঘোঁৰাৰে ভ্ৰমণ কৰিছিল। ঘোঁৰা যুদ্ধতো ব্যৱহাৰ কৰা হৈছিল। ৰাছিয়া আৰু ইংলণ্ডৰ মানুহে ঘোঁৰাৰে হাল বায়।
কুকুৰ一 কুকুৰে মানুহৰ বাবে বহু কাম কৰে, যেনে চিকাৰ, বোজা কঢ়িওৱা, সুৰক্ষা প্ৰদান, পুলিচৰ সহায় আৰু মিলিটেৰী সহায়, সংগী, আৰু, একেবাৰে শেহতীয়াকৈ, বিকলাংগ ব্যক্তিৰ সহায় আদি। মানুহৰ সমাজত কুকুৰৰ এনে প্ৰভাৱৰ বাবেই, ইহঁতক "প্ৰভুভক্ত" বুলি কোৱা হয়।
গৰু一 গৰুৱে আমাৰ বৰ উপকাৰ সাধন কৰে। মতা গৰুৱে হাল বায়, গাড়ী টানে। মাইকী গৰুৱে গাখীৰ আৰু পোৱালি দিয়ে। গৰুৰ গাখীৰ পুষিটকৰ আৰু কেঁচুৱাৰ কাৰণে আদৰ্শ খাদ্য। গৰু গুৱৰ গছৰ পুলি, ফুলৰ পুলি আদি কাৰণে ভাল ইয়াত বহুত পোষক দ্ৰব্য় থাকে।
ছাগলী一 শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে প্ৰয়োজনীয় কোষ, এণ্টিব'ডী, বিভিন্ন ৰসায়ন, কাৰক আদিৰ উৎপত্তি তথা বৰ্দ্ধনত ছাগলীৰ গাখীৰৰ বিশেষ ভূমিকা আছে। ছাগলীৰ গাখীৰত থকা উচ্চ পৰিমাণৰ ছেলেনিয়ামেও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত অৰিহণা যোগায়।
১১ তলত আচ তনা আখৰেৰে যুক্তাক্ষৰ গঠন কৰি শব্দ লিখা।
উদাহৰণ一 অ ন + ত 一 ন্ত অন্ত, শান্ত দু্দান্ত অনন্ত
আন ন + দ 一 ন্দ আনন্দ বিন্দু চন্দ বন্দৰ
বিপ ন + ন 一 ন্ন অন্ন বিঘিন্ন উন্নতি পচপন্ন
জ ন + ম 一 ন্ম জন্ম চিন্ময় সন্মান সন্মতি
ব ন + ধ 一 ন্ধ কান্ধ বন্ধ বন্ধু বান্ধৱী
১২) চাই চাই লিখোঁ আহা
উত্তৰঃ এইখিনি হাতৰ আখৰ তোমালোকে নিজৰ কিতাপৰ পৰা চাই লিখিবা।
পাঠ-৯
চাফ-চিকুণতা
১) কওঁ আহা
ক) তুমি নিজকে চাফ-চিকুণকৈ ৰাখিবলৈ কি কি কাম কৰা?
উত্তৰঃ মই নিজকে চাফ-চিকুণকৈ ৰাখিবলৈ সদায় গা ধু, ভাত খোৱাৰ আগতে হাত ধু, আৰু চোতাল বাত সাৰা কামো কৰো। আৰু পিন্ধা কাপোৰো চাফা কৈ ৰাখো।
খ) বিদ্য়লয়খন চাফ-চিকুণকৈ ৰাখিবলৈ তুমি কি কি কাম কৰা?
উত্তৰঃ বিদ্য়ালয়খন চাফ-চিকুমকৈ ৰাখিবলৈ মই বিদ্য়ালয়ত কোনো ধৰণৰ আৱৰ্জনা নেপেলাও। কাগজৰ টুকুৰা চিপচ্ ৰ পেকেটো নেপোলাও। সেইবিলাক মই ডাচবিনত পেলাও।
গ) বন্ধ দিনত ঘৰত তুমি কি কি চাফাই কাম কৰা?
উত্তৰঃ বন্ধ দিনত ঘৰত মই ফুলৰ বাগিছাৰ বন চাফা কৰো। লগতে ঘৰৰৰ ভিতৰত থকা আৱৰ্জনাবোৰ বাহিৰলৈ আনি সেইবোৰ এটা নিদিষ্ট জেগাত থও।
ঘ) ওচৰ চুবুৰীয়াক তুমি কি কি কামত সহায়কৰা?
উত্তৰঃ ওচৰচুবুৰীয়াক মই কামত সহায় কৰো লগতে দুকানলৈ যাব লাগিলে মই যাওঁ তেনেদৰে মই সহায় কৰো।
২) কওঁ আহা
ক) নখ কিয় দীঘলকৈ ৰাখিব নালাগে?
উত্তৰঃ নখ দীঘল কৰিলে নখত মলি জমা হয় আৰু আমি খাদ্য়খালে সেই খাদ্য়ৰ লগত মিলি গৈ পেটৰ বেমাৰ হয়।
খ) আমাৰ পৰা ঘৰৰ থকা গোহালি, গৰাল আদি কিয় আঁতৰত থাকিব লাগে?
উত্তৰঃ আমাৰ পৰা ঘৰত থকা গোহালি , গৰাল আদি আঁতৰত ৰাখিলে ৰোগে চুব নোৱাৰে।
গ) মুকলিকৈ ৰখা মিঠাই আদি খালে কি হয়?
উত্তৰঃ মুকলিকৈ ৰখা মিঠাই আদি খালে আমাৰ বেমাৰ হয় কাৰণ মাখিয়ে তাত ৰোগ বিয়পায়।
ঘ) খোৱা খাদ্য় আমি কেনেদৰে ৰাখিব লাগে?
উত্তৰঃ খোৱা খাদ্য় আমি ঢাকি ৰাখিব লাগে যাতে তাত মাখিয়ে ৰোগ বিয়পাব নোৱাৰে।
৩) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
স্বভাৱ 一 স্ব = স + ৱ সই ৱই স্ব
স্ৱ স + ৱ সই ৱই স্ব 一 স্বাস্থ্য়, স্ৱভাৱ
জ্ব জ + ৱ সই ৱই জ্ব 一 জ্বৰ, জলন্ত
দ্ৱ দ + ৱ সই ৱই দ্ব 一 দ্বিতীয়, দ্বাদশ
৪) যুক্তাক্ষৰ গঠন কৰোঁ আহা
স + ৱ সই ৱই স্ব
জ + ৱ সই ৱই জ্ব
দ + ৱ সই ৱই দ্ব
৫) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
পৰিষ্কাৰ 一 ষ্ক = ষ + ক ষই কই ষ্ক
ষ্ক ষ + ক ষই কই ষ্ক 一 পুষ্কৰ, দুষ্কৰ
চ্ছ চ + ছ চই ছই চ্ছ 一 ইচ্ছা, শুভেচ্ছা
শ্চ শ + চ শই চই শ্চ 一 নিশ্চয়, পশ্চিম
৬) যুক্তাক্ষৰ গঠন কৰোঁ আহা
ষ + ক ষই কই ষ্ক
চ + ছ চই ছই চ্ছ
শ + চ শই চই শ্চ
৭) যুক্তাক্ষৰ ভাঙা আৰু শব্দ সাজা
স্ৱ ষ + ৱ ষই ৱই স্ব一 স্বাথ্য়, স্বভাৱ
জ্ৱ জ + ৱ সই ৱই জ্ব 一 জ্বৰ, জ্বলন্ত
দ্ৱ দ + ৱ সই ৱই দ্ব 一 দ্বিতীয়, দ্বাদশ
ষ্ক ষ + ক ষই কই ষ্ক 一 পুষ্কৰ, দুষ্কৰ
চ্ছ চ + ছ চই ছই চ্ছ 一 ইচ্ছা, শুভেচ্ছা
শ্চ শ + চ শই চই শ্চ 一 নিশ্চয়, পশ্চিম
৮) ওলোট-পালটকৈ লিখা আখৰবোৰ মিলাই অৰ্থপূৰ্ন শব্দলিখা
চ্ছাই 一 ইচ্ছা
য়দ্বিতী 一 দ্বিতীয়
মপশ্চি 一 পশ্চিম
ষ্কাৰপৰি 一 পৰিষ্কাৰ
স্থ্য়স্বা 一 স্বাস্থ্য়
নদ্বাৱী 一 দ্বানৱী
৯) খালী ঠাই পূৰ কৰা
উদাহৰণ一 মই সদায় বিদ্য়ালয়লৈ যাওঁ। (সদায় \ কেতিয়াব)
মই প্ৰতিদিনে সময়মতে উপস্থিত হওঁ। (অনুপস্থিত \ উপস্থিত)
আমি পৰিষ্কাৰ হৈ থকা উচিত। ( লেতেৰা \ পৰিষ্কাৰ)
মই খোৱাৰ আগতে হাত ধোওঁ । (ধোওঁ \ নোধোওঁ)
১০) শব্দত থকা যুক্তাক্ষৰবোৰ ভাঙি লিখা
আৱিষ্কাৰ 一 ষ্ক ষ + ক ষই কই ষ্ক 一 পুষ্কৰ, দুষ্কৰ
স্বাধীন 一 স্ৱ ষ + ৱ ষই ৱই স্ব一 স্বাথ্য়, স্বভাৱ
শুভেচ্ছা 一 চ্ছ চ + ছ চই ছই চ্ছ 一 ইচ্ছা, শুভেচ্ছা
বিদ্বান 一 দ্ৱ দ + ৱ সই ৱই দ্ব 一 দ্বিতীয়, দ্বাদশ
জ্বৰ 一 জ্ৱ জ + ৱ সই ৱই জ্ব 一 জ্বৰ, জ্ৱলন্ত
১১) তোমাৰ নিজৰ বিষয়ে কোৱা আৰু লিখা
(ক) মোৰ নাম¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨।
উত্তৰঃ তোমালোকে নিজৰ নিজৰ নাম লেখিবা
(খ) মই ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ থাকিবলৈ ভাল পাওঁ
উত্তৰঃ পৰিষ্কাৰ।
(গ) মই ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ গা ধোওঁ।
উত্তৰঃ সদায়।
(ঘ) মই¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ দিনৰ মূৰে মূৰে নখ কাটোঁ.
উত্তৰঃ ৭।
(ঙ) মই ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ দিনৰ মূৰে মূৰে চাবোন বা চেম্পু অথৱা কলাখাৰেৰে চুলি ধোওঁ।
উত্তৰঃ ৩ বা ৪।
চ) মই আহাৰ খোৱা আগতে ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ ধোওঁ।
উত্তৰঃ হাত।
ছ) আমাৰ ঘৰত খোৱা খাদ্য় সদায় ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ দি ৰাখে।
উত্তৰঃ ধাকি থৈ।
জ) ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ খালে স্বাস্থ্য় ভালে থাকে বুলি মই জানো।
উত্তৰঃ আহাৰ।
পাঠ-১০
বেলি আৰু বতাহ
১) কওঁ আহা
👉 বেলি আৰু বতাহে গছৰ তলত ৰৈ কি কথা পাতিছিল?
উত্তৰঃ বেলি আৰু বতাহৰ কাৰ কিমান শক্তিৰ আছে সেইবিষয়ত কথা পাতিছিল।
👉বেলি আৰু বতাহৰ কথা-বতৰা শুনি গছজোপাই কি কৈছিল?
উত্তৰঃ বেলি আৰু বতাহৰ কথা শুনি গছজোপাই কৈছিল তোমালোকে এনেদৰে তৰ্ক কৰি লাভ নাই তাতকৈ তোমালোকৰ দুয়ো ভিতৰত কাৰ বল বেছি জানিবলৈ প্ৰমান চাওঁ আহা।
👉 গছে কি কৰিবলৈ দিছিল?
উত্তৰঃ গছে এটা বাটেৰে আহি থকা মানুহক দেখিলে আৰু কলে তোমালোকৰ ভিতৰত মানুহজনৰ গাৰ পৰা যিজনে এৰী চাদৰখন গোচাব পাৰিবা সিয়ে বলিৱান।
👉নাটিকাখনত বেলি আৰু বতাহৰ মাজত কোন বেছি বলিৱান ?
উত্তৰঃ নাটিকাখনত বেলি আৰু বতাহৰমাজত বেলি বেছি বলিৱান।
👉 শেষত গছে কি বুলি কলে?
উত্তৰঃ শেষত গছে কৈছিল যে বেলি, তুমি যদিও আজি জিকিলা অন্য় পৰিস্থিতিত বতাহো জিকিব পাৰে। প্ৰকৃততে নিজ নিজ কামত সকলো ডাঙৰ। জীৱৰ জগতত বেলিৰ যিমান প্ৰয়োজন বতাহৰো সিমানে প্ৰয়োজন।
২) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
উদ্ভিদ দ্ভ = দ+ ভ দই ভই দ্ভ
দ্ভ দ + ভ দই ভই দ্ভ 一 উদ্ভিদ, উদ্ভৱ, সদ্ভাৱ
ম্ভ ম + ভ মই ভই ম্ভ 一 ৰম্ভা, কুম্ভ, সম্ভৱ
হ্য় হ + য় হই য়ই হ্য় 一 সহ্য়, অসহ্য়, দাহ্য়
'হ' ৰ লগত 'য়' যোগ হলে 'হ' উচ্চাৰণ 'জ' ৰ নিচিনা হয়।
৩ যুক্তাক্ষৰ গঠন কৰোঁ আহা
দ + ভ দই ভই দ্ভ
ম + ভ মই ভই ম্ভ
হ + য় হই য়ই হ্য়
৪) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
ৰক্ত ক্ত = ক + ত কই তই ক্ত
ক্ত ক + ত কই তই ক্ত 一 ৰক্ত, ভ্ক্ত , ৰিক্ত।
ক্ৰ ক + ৰ কই ৰই ক্ৰ 一 চক্ৰ, ক্ৰীড়া, ক্ৰিয়া।
৫) যুক্তাক্ষৰ গঠন কৰোঁ আহা
ক + ত কই তই ক্ত
ক + ত কই তই ক্ত
৬) কাষৰ পৰা যুক্তাক্ষৰ আনি শব্দ সাজা।
দ্ভ ক্ত প্ত ৰক্ত সমাপ্ত উদ্ভিদ
ন্ত হ্য় প্ৰ অন্ত সহ্য় প্ৰেম
ক্ৰ ম্ভ দ্ব ক্ৰিয়া সম্ভৱ দ্বাদশ
৭) কাষত থকা শব্দৰে বাক্য় সম্পূৰ্ণ কৰোঁ আহা
👉 ৰাতিৰ আকাশত ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ ওলাই। দিৱাকৰ, পোহৰ, জোন , তাপ
উত্তৰঃ জোন।
👉 বেলিৰ আন এটা নাম ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ ।
উত্তৰঃ দিৱাকৰ।
👉 বেলিয়ে আমাক ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ আৰু ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ দিয়ে।
উত্তৰঃ পোহৰ, তাপ
৮) যুক্তাক্ষৰ ভাঙি লিখা।
দ্ভ দ + ভ দই ভই দ্ভ
ম্ভ ম + ভ মই ভই ম্ভ
হ্য় হ + য় হই য়ই হ্য়
ক্ত ক + ত কই তই ক্ত
ক্ৰ ক + ৰ কই ৰই ক্ৰ
৯) তলৰ তালিকাখনৰ পৰা বৰ্ণ আৰু যুক্তাক্ষৰ আনি শব্দ গঠন কৰা
ত ঙ্ক অ ৰ বে বা
দ্য় ঠা স প ন্দ ল্লা
ব লি গো ৰ্য স্কে স্তা
সূ ৰ ৰ্ব ল প ণ্ডা
উত্তৰঃ ১) ৰসগোল্লা ২) সূৰ্য ৩) ঠাণ্ডা ৪) স্কেল ৫) অঙ্ক ৬) বস্তা ৭) বাবৰ
৮) বন্দৰ ৯) অলপ ১০) বেঠা
১০) বাক্য় লিখা
ৰাতি 一 ৰাতিৰ আকাশত তৰা বোৰ জিলিকি থাকে।
জোন 一 জোন ৰাতি ওলায়।
বেলি 一 বেলিৰ আন এটা নাম দিৱাকৰ।
তৰা 一 তৰাবোৰ দেখিলে মনটো বৰ ভাল লাগে।
গছ 一 গছে আমাক বায়ু দিয়ে
পাঠ-১১
ৰান্ধনিঘৰৰ আলাপ
১)ক) সোণতিহঁতৰ ৰান্ধনিঘৰত কি হৈছিল?
উত্তৰঃ সোণতিহঁতৰ ৰান্ধনিঘৰত খুটুং খাটাং ঘিটিং ঘাটাং বাজিছিল কাঁহী-বাটি।
খ) ৰান্ধনিঘৰত কি কি কাম হয়?
উত্তৰঃ ৰান্ধনিঘৰত ভাত-তৰকাৰী, ভাজী, চাহ, পিঠা, লাৰু আৰু অনেক খুৱা বস্তুৰ কাম কৰাৰ হয়।
২) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
ঘন্টা ণ্ট= ণ + ট ণই টই ণ্ট
ণ্ট ণ + ট ণই টই ণ্ট 一 ঘণ্টা, বেডমিণ্টন।
ট্ট ট + ট টই টই ট্ট一 ঠাট্টা, ভাট্টা।
ল্ট ল + ট লই টই ল্ট一 বাল্টি, পল্টন।
ঞ্জ ঞ + জ ঞই জই ঞ্জ一 আঞ্জা, ইঞ্জিন।
৩) যুক্তাক্ষৰ গঠন কৰো আহা
ণ + ট ণই টই ণ্ট
ট + ট টই টই ট্ট
ল + ট লই টই ল্ট
ঞ + জ ঞই জই ঞ্জ
৪) খোৱা বস্তু ৰান্ধনিঘৰত ৰন্ধা হয়। তলৰ কামবিলাক ক'ত ক'ত কৰা হয় লিখা
ঔষধ বেচা-কিনা 一 দুকানত।
ৰোগীক চিকিৎসা 一 চিকিৎসালয়ত।
গাৰীৰ মেৰামতি 一 গেৰেজ।
দা, কুঠা গঢ়া 一 কমাৰে দুকানত।
মাটিৰ বাচন তৈয়াৰ 一 কুমাৰে ঘৰতে ।
৫) যুক্তাক্ষৰ ভাঙা আৰু শব্দ সাজা
ণ্ট ণ + ট ণই টই ণ্ট 一 ঘণ্টা, বেডমিণ্টন, খণ্টি।
ট্ট ট + ট টই টই ট্ট一 ঠাট্টা, ভাট্টা, অট্টালিকা।
ল্ট ল + ট লই টই ল্ট一 বাল্টি, পল্টন।
ঞ্জ ঞ + জ ঞই জই ঞ্জ一 আঞ্জা, ইঞ্জিন, বিঞ্জান।
৮) ৰান্ধনিঘৰৰ বাচন-বৰ্তনৰ এখন তালিক কৰা
উত্তৰঃ কটাৰী, বাল্টি, কেৰাহী, কাহীঁ, চচ্পেন, চৰিয়া, মগ, শিলপতা, কলহ, বেঠী, গিলাচ, বাটি, কেটলী, প্লাষ্টিকৰ খৰাহী, আদি।
৭) শুদ্ধটোত (✓) চিন দিয়া
⚫ ৰান্ধনিঘৰৰ বাচন-বৰ্তন সদায় ধুৱ নালাগে
উত্তৰঃ অশুদ্ধ।
⚫ খোৱা পানী উতলাই খাব লাগে।
উত্তৰঃ শুদ্ধ।
⚫ খোৱা বস্তু ঢাকি থ'ব লাগে।
উত্তৰঃ শুদ্ধ।
⚫ সদায় স্কুললৈ যাব নালাগে।
উত্তৰঃ অশুদ্ধ।
⚫ পাকঘৰ লেতেৰাকৈ ৰাখিব লাগে।
উত্তৰঃ অশুদ্ধ।
৮) তোমালোকে প্ৰত্য়েকেই ঘৰৰ কি কি কামত সহায় কৰা কোৱা আৰু লিখা।
উত্তৰঃ তোমালোকে নিজে চেষ্টা কৰা।
পাঠ-১২
পাঠ-১৩
ডাক ঘৰ
১) পাঠটো পঢ়ি উত্তৰ দিয়া
∎ ডাক-ঘৰত কি কি কাম কৰা হয়?
উত্তৰঃডাক ঘৰে চিঠি দিয়াৰ কাম কৰে, আৰু টকা-পইচাৰ সলনি বস্তুও পঠিয়াই।টকা-পইচা পঠিওৱাটো মনি-অৰ্ডাৰ বোলে। ডাক ঘৰে টকা সঞ্চয় কৰে। ডাক ঘৰৰ যোগেদি কিতাপ পত্ৰ পঠিয়াব পাৰি তাৰ পাৰ্চেল বোলে।
∎ পাৰ্চেল কৰা মানে কি বুজা?
উত্তৰঃ ডাক-ঘৰৰ যোগেদি বস্তু ,কিতাপ, পত্ৰ, পঠাব বা আনিব পাৰি তাকে পাৰ্চেল বোলে।
∎ ডাক-ঘৰৰ জৰিয়তে টকা-পইচা পঠালে কি বুলি কোৱা হয়?
উত্তৰঃ ডাক-ঘৰৰ জৰিয়তে টকা-পইচা পঠিওৱা কাৰ্যক মনি-অৰ্ডাৰ বোলে
২) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
পদ্ম= দ্ম= দ + ম দই মই দ্ম
দ্ম দ + ম দই মই দ্ম 一 পদ্ম, ছদ্ম
গ্ম গ + ম গই মই গ্ম 一 যুগ্ম, অযুগ্ম
ল্ম ল +ম লই মই ল্ম 一 গুল্ম, বাল্মীকি
হ্ম হ + ম হই মই হ্ম 一 ব্ৰহ্মা, ব্ৰহ্মপুত্ৰ
ঞ্চ ঞ + ম ঞই চই ঞ্চ 一 মঞ্চ, গুলঞ্চ
৩) যুক্তাক্ষৰ গঠন কৰো আহাঁ
দ + ম দই মই দ্ম
গ + ম গই মই গ্ম
ল +ম লই মই ল্ম
হ + ম হই মই হ্ম
ঞ + ম ঞই চই ঞ্চ
৪) উপয়ুক্ত শব্দ ভৰাই বাক্য় পূৰ কৰা
পঞ্চম, সন্মুখ, ব্ৰাহ্মী, গুল্ম, পদ্ম
ক) পদুমফুলৰ আন এটা নাম পদ্ম ।
খ) সৰু জোপোহা গছক গুল্ম বোলে ।
গ) ব্ৰাহ্মী এবিধ ঔষধি শাক
ঘ) বিদ্য়ালয়ৰ সন্মুখত ফুলৰ বাগিছা আছে।
ঙ) কাঞ্চন পঞ্চম শ্ৰেণীত পঢ়ে।
৯) যুক্তাক্ষৰ ভাঙা আৰু শব্দ সাজা
দ্ম দ + ম দই মই দ্ম 一 পদ্ম, ছদ্ম
গ্ম গ + ম গই মই গ্ম 一 যুগ্ম, অযুগ্ম
ল্ম ল +ম লই মই ল্ম 一 গুল্ম, বাল্মীকি
হ্ম হ + ম হই মই হ্ম 一 ব্ৰহ্মা, ব্ৰহ্মপুত্ৰ
ঞ্চ ঞ + ম ঞই চই ঞ্চ 一 মঞ্চ, গুলঞ্চ
পাঠ-১৪
ঋতু আহে ঋতু য়ায়
১) পদ্য়টোৰ কথাখিনি তোমাৰ কথাত কোৱা
উত্তৰঃ চ'ত, বহাগ ঋতুত গছৰ পৰা নতুন কুহি পাত ওলায় আৰু বছৰে পুৰণা পাত সৰি যায়।জেঠ, আহাৰৰ গ্ৰীষ্ম ঋতুত বহুত ধৰণৰ ফল পকে।শাওন ভাদত বৰষুণ পৰে আৰু সেইবাবে খেতিৰ বাবে ভাল হয়। আহিন কাতি শৰৎ ঋতু আৰু সেইসময়ত দুৰ্গা পূজাৰ আৰম্ভনি সময় তেতিয়া শেৱালিৰ ডাল ফুলেৰে ভৰি পৰে । আঘোন, পুহত ৰাতিপুৱাৰ নিয়ৰ কণা সৰি বনত পৰে । আৰু মাঘ,ফাগুনত গছৰ পাত সৰি আকৌ বহাগলৈ বাত চায়।
২) কওঁ আহা
ক) মাঘ বিহু কোনটো ঋতুত হয়?
উত্তৰঃ মাঘ বিহু শিত ঋতুত হয়।
খ) গ্ৰীষ্ম ঋতু কেতিয়া হয়?
উত্তৰঃ জেঠ, আহাৰত হয়।
গ) বৰষুণৰ বতৰত তোমাৰ কি কি ভাল লাগে?
উত্তৰঃ বৰষুণৰ বতৰত খেতি কৰি মানুহৰ সুবে ভাল লাগে। কাৰণ বৰষুণৰ দিনত খেতিৰ ভাল হয়। লগতে গছেয়ো এটা নতুন জীৱন পায়। আৰু নতুনকৈ কিছুমান সৰুকৈ গছৰ পুলি গছে । সেইকাৰণে মোৰ ভাল লাগে।
ঘ) জহকালি তোমাৰ কি কি বেয়া লাগে?
উত্তৰঃ জহকালি মোৰ এইকাৰণে বেয়া লাগে কাৰণ জহকালি বৰষুণ নিদিয়ে তাৰ ফলত পানীৰ অভাৱ হয়। লগতে খেতি বাতিৰো ভাল নহয়। ঠাণ্ডা বেছি পৰিলে কাপোৰ নথকা মানুহৰ কাপোৰ অভাৱৰ ফলত ৰাতিটো তেনেকৈ পাৰ কৰায় ।
৩) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
ৰশ্মি শ্ম = শ + ম শই মই শ্ম
ষ্ম ষ + ম ষই মই ষ্ম一 গ্ৰীষ্ম, ভীষ্ম
শ্ম শ + ম শই মই শ্ম 一 শ্মশান, কাশ্মীৰ
৪) যুক্তাক্ষৰ গঠন কৰো আহা
ষ + ম ষই মই ষ্ম
শ + ম শই মই শ্ম
৫) শেখৰ আখৰ মিল থকা শব্দ আচঁ টানি মিলোৱা
উত্তৰঃ আঘোণ 一 শাওণ
পাত 一 জাত
ভাল 一 ডাল
বসন্ত 一 হেমন্ত
পৰে 一 সৰে
গ্ৰীষ্ম一 উষ্ম
আহাৰ 一 নিয়ৰ
শৰৎ 一 মৃৎ
৬) কোন ঋতুত কি হয়?
ঋতু মাহ
গ্ৰীষ্ম জেঠ, আহাৰ
বৰ্ষা শাওণ, ভাদ
শৰৎ আহিন, কাতি
হেমন্ত আঘোন, পুহ
শীত মাঘ, ফাগুন
বসন্ত চ'ত, ব'হাগ
৭) যুক্তাক্ষ ভাঙা
শ্ম শ + ম শই মই শ্ম
ষ্ম ষ + ম ষই মই ষ্ম
ব্দ ব + দ বই দই ব্দ
ন্ত ন + ত নই তই ন্ত
ৰ্ষ ৰ + ষ ৰই ষই ৰ্ষ
ল্ল ল + ল লই লই ল্ল
৮) শব্দ গঠন কৰি বাক্য় সাজা
শব্দ বাক্য়
শ্ম কাশ্মীৰ কাশ্মীৰত আপেল পায়।
ষ্ম গ্ৰীষ্ম গ্ৰীষ্ম ঋতুত বৰ গৰম পৰে।
ন্ত অন্ত যাৰ অন্ত নাই তেওঁলোকৰ কাৰো প্ৰতি মৰম নালাগে।
ৰ্ষ বৰ্ষ কাইলৈ দিনটো আমাৰ নতুন বৰ্ষ।
৯) তোমাৰ ভাল লগা এখন ছবি অকা
উত্তৰঃ তোমালোকে নিজে আকিবলৈ চেষ্টা কৰিবা।
১০) লিখা
ক) বসন্ত কালত গছে পাত সলায় ।
খ) শীতকালত গছৰ পাত সৰে ।
গ) শৰৎকালত শেৱালি ফুল ফুলে ।
ঘ) হেমন্ত কালত নিয়ৰ-কুৱলি পৰে।
ঙ) গ্ৰীষ্মকালত বৰষুণ পৰে।
১১) ভাবি কোৱা
ক) ওপৰৰ পৰা পৰিল টেকেলি
টেকেলিৰ ভিতৰত এশ ভেকুলি।
উত্তৰঃ কঠাল।
খ) ৰজাৰ ঘৰৰ ক'লী গাই
ঘাটে ঘাটে পানী খায়।
উত্তৰঃবৰশী।
গ) আগ তিতা গুৰি মৌ
কি কাবি মানিকী বৌ।
উত্তৰঃ কুহীয়া।
ঘ) ৰ'দ আৰু বৰষুণ
সকলোতে লাগে
ৰাতি আৰু দিনটো
থাকো ভাগে ভাগে
গৰম আৰু ঠাণ্ডাটো
সমানে ল'বা
নানা ৰঙী বেশ মোৰ
সকলোতে পাবা
উত্তৰঃ ছাতি।
১১) উদাহৰণত দেখুৱাৰ দৰে ঋতু সম্পৰ্কীয় বাক্য় লিখা
উত্তৰঃ তোমালোকে নিজে কৰিবা।
১২) ছবিত দেখাত কোনবোৰ বস্তু গ্ৰীষ্ম আৰু শীত ঋতুত ব্য়ৱহাৰ কৰিব পাৰি তালিকাত নাম লিখা
উত্তৰঃ গ্ৰীষ্ম শীত
ছাতি ছুৱেটাৰ
ফেন মাৰফলাৰ
আইচ্ ক্ৰীম হাত মুজা
বিছনী টুপি
কুৰ্টা
Comments
Post a Comment