খেল খেল নানা খেল II Chapter 1 II CLASS 1 II ASSAMESE MEDIUM QUESTION ANSWERS
পাঠ-১
খেল খেল নানা খেল
কওঁ আহা।
মই বল খেলোঁ।
১) তুমি কি কি খেল খেলা?
উত্তৰঃমই পাৰ-পানী খেলোঁ।
মই মাৰ্বল খেলোঁ।
মই লুডু খেলোঁ।
২) আ ব আৰু ৰ আখৰ প্ৰথমতে ক 'ত ক'ত আছে আঁচ টানি মিলোৱা।
বল আপেল
ৰবাৰ আ বেলুন
ব
ৰথ ৰ ৰছী
আইতা বৰশী
উত্তৰ- আ প্ৰথমতে থকা াখৰ হ'ল আপেল, আইতা।
ব প্ৰথমতে থকা আখৰ হ'ল বল , বৰশী, বেলুন।
ৰ প্ৰথমতে ছকা আখৰ হ'ল ৰছী, ৰথ, ৰবাৰ
অ ক খ আৰু ল আখৰ প্ৰথমতে ক'ত ক'ত আছে বিচাৰি উলিওৱা।
খৰম কলহ
কল অ লাখুটি
ক
অমিতা খ কমলা
ল
লতা খৰাহী।
উত্তৰঃ অ প্ৰথমতে থকা আখৰ হ'ল অমিতা।
ক প্ৰথমতে থকা আখৰ হ'ল কমলা, কলহ, কল।
খ প্ৰথমতে থকা আখৰ হ'ল খৰম, খৰাহী।
ল প্ৰথমতে থকা আখৰ হ'ল লতা, লাখুটি।
লিখা।
অ অ অ অ অ অ অ অ
আ আ আ আ আ আ আ আ
ক ক ক ক ক ক ক ক
খ খ খ খ খ খ খ খ
ব ব ব ব ব ব ব ব
ৰ ৰ ৰ ৰ ৰ ৰ ৰ ৰ
ল ল ল ল ল ল ল ল
শব্দ সাজি পঢ়ো আহা
ক ৰ কৰ কৰক
ব ৰ বৰ বৰক
ল ৰ লৰ লৰক
বল বৰল খবৰ আখল
আকৰ আলৰ আখৰ আকবৰ
বল ল ৰবৰ ল খবৰ কৰ
সোঁফালে থকা প্ৰত্য়েকখন ছবিয়ে কাষত থকা আখৰ বুজাইছে। বাওঁফালৰ ছবিবোৰৰ ঠাইত আখৰ বহুৱালে একোটা শব্দ হ'ব। উদাহৰণত দিয়াৰ দৰে ছবিৰ সলনি আখৰ বহুৱাই শব্দ গঠন কৰোঁ আহা।
উত্তৰঃ কল
বল।
লণ্ডন।
অমিতা।
আজৰি।
ৰচকী।
খবৰ কৰ।
উদাহৰণত দেখুৱাৰ দৰে শব্দ কোৱা
উদাহৰণ一 ব বল বগৰী বগলী।
ক কল কদম কৰক ।
ৰ ৰবৰ ৰল ৰ'দ।
ল ল'ৰা লণ্ডন লতা।
অ অমিতা অখণ্ড অযুগ্ম।
খ খৰাহী খন্তেক খৰম।
আ আম আলহী আখৰ
চিনাকি আখৰত 〇 চিন দিয়া আৰু পঢ়া
উত্তৰঃ তোমালোকে নিজে কৰিবা।
ছবি চাই আমিনাই খালী ঘৰত আখৰ লিখিছে, আমিও লিখোঁ।
বল
বগলী
অজগৰ
লতা
কমলা
খৰাহী
ৰবৰ
পাঠ-২
জেউতি
নিজৰ কথা কওঁ।
মোৰ নাম ………………
……………… মোৰ আই
……………… মোৰ দেউতা।
ইয়াত সকলোৱে নিজৰ নিজৰ নাম আৰু নিজৰ মা-দেউতাৰ নামহে লেখিবা।
খুৰাই মোক মৰম কৰে
মাই মোক মৰম কৰে
দেউতাই মোক মৰম কৰে।
১) তোমাক কোনে কোনে মৰম কৰে?
উত্তৰঃ তোমালোকে নিজে চেষ্টা কৰিবা।
ইনা এজন কণ উমা বিমল
জবা মণি তৰালি জেৰিনা নমিতা
২) ইনা নামটোৰ প্ৰথম আখৰ কি?
উত্তৰঃ ইনা নামটোৰ প্ৰথম আখৰ 一ই।
৩) কণ নামটোৰ শেষৰ আখৰ কি?¨¨¨¨¨¨¨¨¨¨¨।
উত্তৰঃ কণ নামটো শেষৰ আখৰটো 一 ক।
তলত দিয়া আখৰেৰে গঠন হোৱা শব্দ কওঁ আহা।
ইটা
উট
এ
জলকীয়া
ণ
তলা
নাক
মম
ছবি চাই কোনে কি কৰিছে কৱো।
উত্তৰঃ তোমালোকে নিজে লেখিবা।
সু-অভ্য়াস গঠন কৰোঁ আহা।
বিদ্য়ালয়ত কৰা কাম ঘৰত কৰা কাম
ঘৰ সৰা 一 দাঁত মজা/মুখ ধোৱা
ফুলত পানী দিয়া 一 কাপোৰ জপা
চকা,মেজ চাপা কৰা 一 নখ কটা
হাত ধোৱা 一 ঘৰুৱা কামত সহায় কৰা
ওপৰৰ ছবি কেইখনত দেখাৰ উপৰি তুমি আৰু কি কি কৰা?
উত্তৰঃ তোমালোকে নিজৰ মতামতত লেখিবা।
খ 一 নখ ণ ই
ট 一 উট ত উ
হ 一 মহ ন এ
লা 一 তলা ম জ
কা 一 কাণ
কৰা 一 মকৰা
টা 一 ইটা
কৰা 一 ইকৰা
খলা 一 জখলা
ঙাৰ 一 এঙাৰ
লিখা।
ই ই ই ই ই ই ই ই ই
উ উ উ উ উ উ উ উ উ
এ এ এ এ এ এ এ এ এ
জ জ জ জ জ জ জ জ জ
ণ ণ ণ ণ ণ ণ ণ ণ ণ
ত ত ত ত ত ত ত ত ত
ন ন ন ন ন ন ন ন ন
ম ম ম ম ম ম ম ম ম
বাকচৰ কালী ঠাইত - কাৰ (স্বৰ) চিন লিখা।
ক + আ = কা ক + ই = কি ক + ঈ = কী ক + এ = কে
ক + া = কা ক + ি = কি ক + ী = কী ক + ে = কে
খ + আ = খা খ + ই = খি খ + ঈ = খী খ + এ = খে
খ + া = খা খ + ি = খি খ + ী = খী খ + ে = খে
-কাৰ (স্বৰ) চিন (া ি ী ে) লগাই ছবিৰ নাম পূৰ কৰা।
তলা তৰা কেৰেলা জখলা জিকা কমলা
পাঠ -৩
মেকুৰী আৰু কাউৰীৰ মিতিৰালি
১) সাধুটোৰ মেকুৰী জনীৰ নাম দিওঁ ।
মায়ে মাতে মিনি বুলি
মই বুলিম পুছি
খুৰাই মাতে …………
তুমি বুলিবা কি?
উত্তৰঃ মায়ে মাতে মিনি বুলি
মই বুলিম পুছি
খুৰাই মাতে কিটি
মই বুলিম মিছি
২) সাধুটোত মেকুৰীজনীয়ে বৰশী বাইছে। বৰশী তৈয়াৰ কৰিবলৈ তলৰ ছবিবোৰৰ কি কি লাগে কোৱা।
উত্তৰঃ বৰশী তৈয়াৰ কৰিবলৈ লোৰ এডাল সৰু শিকলি বেঁকা কৰি প্ৰশ্ন বোধক চিহ্নৰ দৰে ভাঁজ দিয়া হয়। এডাল মিহি বাহ আৰু এডাল দোল লাগে।
৩) লিখা।
ই ই ই ই ই ই ই ই ই
ঊ ঊ ঊ ঊ ঊ ঊ ঊ ঊ
ঋ ঋ ঋ ঋ ঋ ঋ ঋ ঋ ঋ
ও ও ও ও ও ও ও ও ও
ঐ ঐ ঐ ঐ ঐ ঐ ঐ ঐ ঐ
ঔ ঔ ঔ ঔ ঔ ঔ ঔ ঔ ঔ
ঞ ঞ ঞ ঞ ঞ ঞ ঞ ঞ ঞ
ষ ষ ষ ষ ষ ষ ষ ষ ষ
শ শ শ শ শ শ শ শ শ
য য য য য য য য য
৪) বাকচৰ খালী ঠাইত -কাৰ (স্বৰ) চিন বোৰ লিখা।
ক + উ = কু খ + উ = খু ক + ঐ = কৈ
ক + ু = কু খ + ু = খু ক + ৈ = কৈ
খ + ঐ = খৈ ক + ও = কো খ + ও = খো
খ + ৈ = খৈ ক + ো = কো খ + ো =খো
৫) মাছটোত থকা আখৰসমূহ কাষৰ ছবিবোৰৰ নামৰ প্ৰথম আখৰৰ লগত মিলোৱা।
ঋষি ঈ
য়াক ঊ
ষাঁড় ও
ঔষধ ঐ
ওল-কবি ঋ
শহা-পহু ঔ
ঊণ-সূতা য
ঐৰাৱত ষ
যঁতৰ য়
ঈগল শ
উত্তৰঃ
ঋষি ঋ
য়াক য়
ষাঁড় ষ
ঔষধ ঔ
ওল-কবি ও
শহা-পহু শ
ঊণ-সূতা ঊ
ঐৰাৱত ঐ
যঁতৰ য
ঈগল ঈ
৬) ও, ঔ, য আখৰকেইটাত ✔ চিন দিয়া।
ওল-কচু ✔ ঔ-টেঙা ✔
বিচাৰিলেই পাবা
মাৰাই দিব যতনাই ✔
জুতি লগাই খাবা।
৭) ঈ, ঊ, ঋ আখৰকেইটাত ✔ চিন দিয়া।
ঋষিৰ ✔ নাই
ঊণৰ ✔ চোলা
ঈগলে ✔ চাই
ডালৰ পৰা।
৮) ঐ, শ, য়, ষ, ঞ আখৰকেইটাত ✔ চিন দিয়া।
ম ৰ জ শ ই
য় এ ঐ ✔ চ ঞ
শ ✔ ন য় ✔ ষ ✔ ছ
আ ঐ ভ ঞ ✔ ষ
৯) তলৰ আখৰবোৰত ু ৈ ো -কাৰ (স্বৰ) চিন লগাই লিখা।
ু ৈ ো
ক কু কৈ কো
ম মু মৈ মো
ল লু লৈ লো
জ জু জৈ জো
১০ ) মিলোৱা।
আ ে
উ ি
এ ৈ
ও ী
ই ু
ঐ ো
ঈ া
উত্তৰঃ
আ 一 া
উ 一 ু
এ 一 ে
ও 一 ো
ই 一 ি
ঐ 一 ৈ
ঈ 一 ী
১১) ছবিবোৰ চাই ু ৈ ো -কাৰ (স্বৰ) চিন লগাই ছবিৰ নাম পূৰ কৰা।
ফুল পদুম কুকুৰা
জাকৈ খালৈ কাৱৈ
ঢোল ভোমোৰা জোন
পাঠ -৩
মেকুৰী আৰু কাউৰীৰ মিতিৰালি
১) সাধুটোৰ মেকুৰী জনীৰ নাম দিওঁ ।
মায়ে মাতে মিনি বুলি
মই বুলিম পুছি
খুৰাই মাতে …………
তুমি বুলিবা কি?
উত্তৰঃ মায়ে মাতে মিনি বুলি
মই বুলিম পুছি
খুৰাই মাতে কিটি
মই বুলিম মিছি
২) সাধুটোত মেকুৰীজনীয়ে বৰশী বাইছে। বৰশী তৈয়াৰ কৰিবলৈ তলৰ ছবিবোৰৰ কি কি লাগে কোৱা।
উত্তৰঃ বৰশী তৈয়াৰ কৰিবলৈ লোৰ এডাল সৰু শিকলি বেঁকা কৰি প্ৰশ্ন বোধক চিহ্নৰ দৰে ভাঁজ দিয়া হয়। এডাল মিহি বাহ আৰু এডাল দোল লাগে।
৩) লিখা।
ই ই ই ই ই ই ই ই ই
ঊ ঊ ঊ ঊ ঊ ঊ ঊ ঊ
ঋ ঋ ঋ ঋ ঋ ঋ ঋ ঋ ঋ
ও ও ও ও ও ও ও ও ও
ঐ ঐ ঐ ঐ ঐ ঐ ঐ ঐ ঐ
ঔ ঔ ঔ ঔ ঔ ঔ ঔ ঔ ঔ
ঞ ঞ ঞ ঞ ঞ ঞ ঞ ঞ ঞ
ষ ষ ষ ষ ষ ষ ষ ষ ষ
শ শ শ শ শ শ শ শ শ
য য য য য য য য য
৪) বাকচৰ খালী ঠাইত -কাৰ (স্বৰ) চিন বোৰ লিখা।
ক + উ = কু খ + উ = খু ক + ঐ = কৈ
ক + ু = কু খ + ু = খু ক + ৈ = কৈ
খ + ঐ = খৈ ক + ও = কো খ + ও = খো
খ + ৈ = খৈ ক + ো = কো খ + ো =খো
৫) মাছটোত থকা আখৰসমূহ কাষৰ ছবিবোৰৰ নামৰ প্ৰথম আখৰৰ লগত মিলোৱা।
ঋষি ঈ
য়াক ঊ
ষাঁড় ও
ঔষধ ঐ
ওল-কবি ঋ
শহা-পহু ঔ
ঊণ-সূতা য
ঐৰাৱত ষ
যঁতৰ য়
ঈগল শ
উত্তৰঃ
ঋষি ঋ
য়াক য়
ষাঁড় ষ
ঔষধ ঔ
ওল-কবি ও
শহা-পহু শ
ঊণ-সূতা ঊ
ঐৰাৱত ঐ
যঁতৰ য
ঈগল ঈ
৬) ও, ঔ, য আখৰকেইটাত ✔ চিন দিয়া।
ওল-কচু ✔ ঔ-টেঙা ✔
বিচাৰিলেই পাবা
মাৰাই দিব যতনাই ✔
জুতি লগাই খাবা।
৭) ঈ, ঊ, ঋ আখৰকেইটাত ✔ চিন দিয়া।
ঋষিৰ ✔ নাই
ঊণৰ ✔ চোলা
ঈগলে ✔ চাই
ডালৰ পৰা।
৮) ঐ, শ, য়, ষ, ঞ আখৰকেইটাত ✔ চিন দিয়া।
ম ৰ জ শ ই
য় এ ঐ ✔ চ ঞ
শ ✔ ন য় ✔ ষ ✔ ছ
আ ঐ ভ ঞ ✔ ষ
৯) তলৰ আখৰবোৰত ু ৈ ো -কাৰ (স্বৰ) চিন লগাই লিখা।
ু ৈ ো
ক কু কৈ কো
ম মু মৈ মো
ল লু লৈ লো
জ জু জৈ জো
১০ ) মিলোৱা।
আ ে
উ ি
এ ৈ
ও ী
ই ু
ঐ ো
ঈ া
উত্তৰঃ
আ 一 া
উ 一 ু
এ 一 ে
ও 一 ো
ই 一 ি
ঐ 一 ৈ
ঈ 一 ী
১১) ছবিবোৰ চাই ু ৈ ো -কাৰ (স্বৰ) চিন লগাই ছবিৰ নাম পূৰ কৰা।
ফুল পদুম কুকুৰা
জাকৈ খালৈ কাৱৈ
ঢোল ভোমোৰা জোন
পাঠ -৩
মেকুৰী আৰু কাউৰীৰ মিতিৰালি
১) সাধুটোৰ মেকুৰী জনীৰ নাম দিওঁ ।
মায়ে মাতে মিনি বুলি
মই বুলিম পুছি
খুৰাই মাতে …………
তুমি বুলিবা কি?
উত্তৰঃ মায়ে মাতে মিনি বুলি
মই বুলিম পুছি
খুৰাই মাতে কিটি
মই বুলিম মিছি
২) সাধুটোত মেকুৰীজনীয়ে বৰশী বাইছে। বৰশী তৈয়াৰ কৰিবলৈ তলৰ ছবিবোৰৰ কি কি লাগে কোৱা।
উত্তৰঃ বৰশী তৈয়াৰ কৰিবলৈ লোৰ এডাল সৰু শিকলি বেঁকা কৰি প্ৰশ্ন বোধক চিহ্নৰ দৰে ভাঁজ দিয়া হয়। এডাল মিহি বাহ আৰু এডাল দোল লাগে।
৩) লিখা।
ই ই ই ই ই ই ই ই ই
ঊ ঊ ঊ ঊ ঊ ঊ ঊ ঊ
ঋ ঋ ঋ ঋ ঋ ঋ ঋ ঋ ঋ
ও ও ও ও ও ও ও ও ও
ঐ ঐ ঐ ঐ ঐ ঐ ঐ ঐ ঐ
ঔ ঔ ঔ ঔ ঔ ঔ ঔ ঔ ঔ
ঞ ঞ ঞ ঞ ঞ ঞ ঞ ঞ ঞ
ষ ষ ষ ষ ষ ষ ষ ষ ষ
শ শ শ শ শ শ শ শ শ
য য য য য য য য য
৪) বাকচৰ খালী ঠাইত -কাৰ (স্বৰ) চিন বোৰ লিখা।
ক + উ = কু খ + উ = খু ক + ঐ = কৈ
ক + ু = কু খ + ু = খু ক + ৈ = কৈ
খ + ঐ = খৈ ক + ও = কো খ + ও = খো
খ + ৈ = খৈ ক + ো = কো খ + ো =খো
৫) মাছটোত থকা আখৰসমূহ কাষৰ ছবিবোৰৰ নামৰ প্ৰথম আখৰৰ লগত মিলোৱা।
ঋষি ঈ
য়াক ঊ
ষাঁড় ও
ঔষধ ঐ
ওল-কবি ঋ
শহা-পহু ঔ
ঊণ-সূতা য
ঐৰাৱত ষ
যঁতৰ য়
ঈগল শ
উত্তৰঃ
ঋষি ঋ
য়াক য়
ষাঁড় ষ
ঔষধ ঔ
ওল-কবি ও
শহা-পহু শ
ঊণ-সূতা ঊ
ঐৰাৱত ঐ
যঁতৰ য
ঈগল ঈ
৬) ও, ঔ, য আখৰকেইটাত ✔ চিন দিয়া।
ওল-কচু ✔ ঔ-টেঙা ✔
বিচাৰিলেই পাবা
মাৰাই দিব যতনাই ✔
জুতি লগাই খাবা।
৭) ঈ, ঊ, ঋ আখৰকেইটাত ✔ চিন দিয়া।
ঋষিৰ ✔ নাই
ঊণৰ ✔ চোলা
ঈগলে ✔ চাই
ডালৰ পৰা।
৮) ঐ, শ, য়, ষ, ঞ আখৰকেইটাত ✔ চিন দিয়া।
ম ৰ জ শ ই
য় এ ঐ ✔ চ ঞ
শ ✔ ন য় ✔ ষ ✔ ছ
আ ঐ ভ ঞ ✔ ষ
৯) তলৰ আখৰবোৰত ু ৈ ো -কাৰ (স্বৰ) চিন লগাই লিখা।
ু ৈ ো
ক কু কৈ কো
ম মু মৈ মো
ল লু লৈ লো
জ জু জৈ জো
১০ ) মিলোৱা।
আ ে
উ ি
এ ৈ
ও ী
ই ু
ঐ ো
ঈ া
উত্তৰঃ
আ 一 া
উ 一 ু
এ 一 ে
ও 一 ো
ই 一 ি
ঐ 一 ৈ
ঈ 一 ী
১১) ছবিবোৰ চাই ু ৈ ো -কাৰ (স্বৰ) চিন লগাই ছবিৰ নাম পূৰ কৰা।
ফুল পদুম কুকুৰা
জাকৈ খালৈ কাৱৈ
ঢোল ভোমোৰা জোন
পাঠ-৪
হাট-বজাৰলৈ যাঁও ব'লা
一 হাট-বজাৰৰ ছবিখনত কি কি দেখিছা?
উত্তৰঃ হাট-বজাৰৰ ছবিখনত শাক-পাচলি, ফল-মূল, মাছ-মাংস, দৈৰ টেকেলি আদি দেখা পোৱা গৈছে।
一 হাট-বজাৰত আৰু কি কি বেচা-কিনা হয়?
উত্তৰঃ হাট-বজাৰত মাছ-মাংস, শাক-পাচলি, দৈ, কাপোৰ, লগতে ঘৰুৱা নানা ধৰণৰ বস্তু বেচা-কিনা হয়।
一 তোমালোকৰ ঠাইত কি বাৰে বজা হয়?
উত্তৰঃ তোমালোকে নিজে লেখিবা।
一 তুমি বজাৰ কৰানে?
উত্তৰঃ বজা কৰা বিলাকে কৰো আৰু নকৰা বিলাকে নকৰো বুলি লেখিবা।
লিখা
ট ট ট ট ট ট ট ট ট
চ চ চ চ চ চ চ চ চ
ফ ফ ফ ফ ফ ফ ফ ফ ফ
প প প প প প প প প
স স স স স স স স স
গ গ গ গ গ গ গ গ গ
হ হ হ হ হ হ হ হ হ
ছ ছ ছ ছ ছ ছ ছ ছ ছ
ঘ ঘ ঘ ঘ ঘ ঘ ঘ ঘ ঘ
ছবিৰ নামৰ প্ৰথম আখৰটোৰ বৰ্ণকাৰ্ড ছবিখনৰ কাষলৈ নি কাষৰ সৰু ঘৰটোত থওঁ আহা।
উত্তৰঃ ফ হ চ
ট স ছ
প হ গ
ঘ
-কাৰ (স্বৰ) চিন লিখোঁ আহা।
ক + ঋ = কৃ ক + ঔ = কৌ ক + ঊ = কূ
ক + ৃ = কৃ ক + ৌ = কৌ ক + ূ = কূ
খ + ঋ = খৃ খ + ঔ = খৌ খ + ঊ = খূ
খ+ ৃ = খৃ খ + ৌ =খৌ খ + ূ = খূ
ক) গাখীৰ বগা কপাহ বগা
আৰু বগা কি?
পানীৰ মাজত খোজ দি
মাছ বিছাৰে যি!
উত্তৰঃ বগলী।
খ) ঘূৰণীয়া ঘূৰণীয়া
ঘূৰণীয়া কি?
ল 'ৰাহঁতে লাগ লাগি
ভৰিৰে খেলে যি!
উত্তৰঃ ফুট বল।
-কৰ (স্বৰ) চিন লিখি পঢ়া ।
মল বগল চক ককৰ
উত্তৰঃ মূলা বগলী চকী কুকুৰা
সত শহ পঁপ
উত্তৰঃ সূতা শহা পেঁপা
শয়ল মকৰ চলন বচন
উত্তৰঃ শিয়াল মকৰা চিলনী বিচনী
ব্য়ঞ্জনবৰ্ণৰ লগত-কাৰ (স্বৰ) চিন লগ লগাই মাতি মাতি লিখোঁ আহা।
অ আ ই ঈ উ ঊ ঋ এ ঐ ও ঔ
চিন নাই া ি ী ু ূ ৃ ে ৈ ো ৌ
খ খা খি খী খু খূ খৃ খে খৈ খো খৌ
গ গা গি গী গু গূ গৃ গে গৈ গো গৌ
ম মা মি মী মু মূ মৃ মে মৈ মো মৌ
ৰ ৰা ৰি ৰী ৰু ৰূ ৰৃ ৰে ৰৈ ৰো ৰৌ
ল লা লি লী লু লূ লৃ লে লৈ লো লৌ
ঠ ঠা ঠি ঠী ঠু ঠূ ঠৃ ঠে ঠৈ ঠো ঠৌ
ব বা বি বী বু বূ বৃ বে বৈ বো বৌ
হ হা হি হী হু হূ হৃ হে হৈ হো হৌ
ন না নি নী নু নূ নৃ নে নৈ নো নৌ
ত তা তি তী তু তূ তৃ তে তৈ তো তৌ
ট টা টি টী টু টূ টৃ টে টৈ টো টৌ
স্বৰবৰ্ণৰ লগত -কাৰ (স্বৰ)চিন আঁচ টানি মিলোৱা।
বৰ্ণ -কাৰ (স্বৰ) চিন
ও 一 া
এ 一 ৈ
ই 一 ো
উ 一 ী
ঋ 一 ি
আ 一 ে
ঈ 一 ূ
ঔ 一 ু
ঊ 一 ৃ
ঐ 一 ৌ
উত্তৰঃ
ও 一 ো
এ 一 ে
ই 一 ি
উ 一 ু
ঋ 一 ৃ
আ 一 া
ঈ 一 ী
ঔ 一 ৌ
ঊ 一 ূ
ঐ 一 ৈ
কেঁচাই ভাজি সিজাই শুকুৱাই পুৰি
গাজৰ গাজৰ আলু কঠালৰ গুটি বেঙেনা
আপেল ৰঙালাও ৰঙালাও ৰঙালাও গুটি আলু কঠাল আলু ওলকবি
কল বেঙেনা
জলকীয়া ফুল-কবি
অমিতা বন্ধা-কবি
পিয়াজ জিকা
বিলাহী লাও
কমলা বিলাহী
আদা কেৰেলা
ৰহুন মূলা
ওলকবি
পাঠ-৫
আচল সখি
১) কোন ক'ত থাকে।
মই বনত থাকোঁ।
মই পানীত থাকোঁ।
মই গছত থাকোঁ।
মই গাতত থাকোঁ।
২) লিখা।
ৱ ৱ ৱ ৱ ৱ ৱ ৱ ৱ ৱ
ঝ ঝ ঝ ঝ ঝ ঝ ঝ ঝ
ধ ধ ধ ধ ধ ধ ধ ধ ধ
ঠ ঠ ঠ ঠ ঠ ঠ ঠ ঠ ঠ
দ দ দ দ দ দ দ দ দ
ড ড ড ড ড ড ড ড ড
ঢ ঢ ঢ ঢ ঢ ঢ ঢ ঢ ঢ
ঢ় ঢ় ঢ় ঢ় ঢ় ঢ় ঢ় ঢ় ঢ়
থ থ থ থ থ থ থ থ থ
ভ ভ ভ ভ ভ ভ ভ ভ ভ
৩) তলত থকা আখৰ লৈ শব্দ গঠন কৰি লিখা।
ব ষা হ গ
কা ম গ লা
ৰ উ ন ৰু
ক ৰী ম লী
উত্তৰঃ বগলী, কাউৰী, গৰু, লাৰু, কাম , মৰম, নৰম, কৰীম, ৰমলা, কামলা, কলা, ৰুলা, কৰুন, গগন, কৰম, লীলা, মনৰ, মৰীম, হৰী, মৰন, নকৰীম।
৪) ভাবোঁ আৰু কওঁ
ক) নিগনিৰ নেজ দীঘল
ইমান দীঘল যেন এডাল সাপ হে।
খ) নিগনিৰ দাঁত চোকা !ইমান চোকা, ইমান
চোকা যেন এখন কেচী হে।
গ) কাউৰী ক'লা। ইমান ক'লা ইমান ক'লা
যেন ক'লা চিয়াহী হে।
ঘ) বগলী বগা। ইমান বগা ইমান বগা
যেন গাখীৰ হে।
৫) কথা পাতোঁ আহা
মোৰ সখী/সখীৰ নাম …………… তোমালোকে নিজৰ সখীৰ নাম লিখিবা।
মই সখী/সখীক ভাল পাঁও কাৰণ……………………………………তোমালোকে নিজৰ সখীক কি কি কাৰণত ভাল পোৱা সেই কথা লেখিবা।
৬) তলৰ কোনকেইটা কথা তোমাৰ ভাল লাগে, ✔চিন দিয়া।
ভগাই খোৱা✔।
কাজিয়া কৰা।
সখি/সখীৰ লগত একেলগে নেখেলা।
পঢ়াশালিলৈ অহা-যোৱা কৰা✔।
বৰশী বোৱা।✔
পাঠ-৬
ৰে'ল গাড়ী
১) পঢ়োঁ আৰু লিখোঁ আহা
কাঁহ কঁহাৰ কুঁৱৰী কোঁৱৰ
কাঁহ কঁহাৰ কুঁৱৰী কোঁৱৰ
দুখ দুঃসাহস নিঃকিন নিঃসহায়
দুখ দুঃসাহস নিঃকিন নিঃসহায়
২) লিখা।
ঙ ঙ ঙ ঙ ঙ ঙ ঙ ঙ ঙ
ক্ষ ক্ষ ক্ষ ক্ষ ক্ষ ক্ষ ক্ষ ক্ষ
ড় ড় ড় ড় ড় ড় ড় ড় ড়
ৎ ৎ ৎ ৎ ৎ ৎ ৎ ৎ ৎ
ং ং ং ং ং ং ং ং ং
ঃ ঃ ঃ ঃ ঃ ঃ ঃ ঃ ঃ
ঁ ঁ ঁ ঁ ঁ ঁ ঁ ঁ ঁ
৩) ছবিৰ তলত থকা খালী ঘৰ পূৰ কৰা।
ৰা¨¨¨¨ক্ষ গঁ¨¨¨ড় ৰে'লগা¨¨¨¨ী না¨¨¨¨ল দল¨¨¨¨
ৰাক্ষস গঁড় ৰে'লগাড়ী নাঙল দলং
৪) তলৰ খালী ঠাইবোৰত ৎ ং ঃ ঁ আখৰ বহুৱাই শব্দ সাজা আৰু পঢ়া।
হঠাৎ বৃহ☐ মহ☐ কছৰ☐
বৃহৎ মহৎ কছৰৎ
কলং দল☐ অল☐কাৰ শি☐ শ☐খ
দনং অলংকাৰ শিং শংখ
উঃ আ☐ বা☐ হা☐
আঃ বাঃ হাঃ
দাঁত কাহ বাহ
কাঁহ বাঁহ
৫) সলনি হোৱা ৰূপ শিকি লিখোঁ আহা।
উত্তৰঃ নিজে কৰিবা।
৬) সলনি হোৱা ৰূপত লিখা।
উত্তৰঃ নিজে লেখিবা।
৭) লিখো আহাঁ
স্বৰবৰ্ণ মালা ( অ-ফালা)
অ আ ই ঈ
উ ঊ ঋ
এ ঐ ও ঔ
ব্য়ঞ্জনবৰ্ণমালা (ক-ফালা)
ক খ গ ঘ ঙ
চ ছ জ ঝ ঞ
ট ঠ ড ঢ ণ
ত থ দ ধ ন
প ফ ব ভ ম
য ৰ ল ৱ
শ ষ স হ
ক্ষ ড় ঢ় য়
ৎ ং ঃ ঁ
৮) খেলিমেলিকৈ থকা আখৰবোৰ সজাই লিখা।
খেলিমেলি থকা খেলিমেলি নথকা
ই আ উ এ অ আ ই ঈ
ঊ ঐ অ ঋ উ ঊ ঋ
ঔ ঈ ও এ ঐ ও ঔ
৯) খালী ঘৰত ব্য়ঞ্জনবৰ্ণমালাৰ আখৰবোৰ একাদিক্ৰমে লিখা।
ক গ
ছ ঝ
ট ণ
থ দ
ব ভ
য ল
ষ
ক্ষ
ঃ
উত্তৰঃ
ক খ গ ঘ ঙ
চ ছ জ ঝ ঞ
ট ঠ ড ঢ ণ
ত থ দ ধ ন
প ফ ব ভ ম
য ৰ ল ৱ
শ ষ স হ
ক্ষ ড় ঢ় য়
ৎ ং ঃ ঁ
১০) পূৰ্ণমাত্ৰা থকা স্বৰবৰ্ণ
অ আ ই ঈ উ ঊ
১১) মাত্ৰাহীন স্বৰবৰ্ণ
ঋ এ ঐ ও ঔ
১২) পূৰ্ণমাত্ৰা থকা ব্য়ঞ্জনবৰ্ণ
ক ঘ চ ছ জ
ট ঠ ড ঢ ত দ
ন ফ ব ভ ম য
ৰ ল ৱ ষ স হ
ক্ষ ড় ঢ় য়
১৩) অৰ্ধমাত্ৰা থকা ব্য়ঞ্জনবৰ্ণ
খ গ ঋ ণ থ ধ প শ
১৪) মাত্ৰাহীন ব্য়ঞ্জনবৰ্ণ
ঙ ঞ ৎ ং ঃ ঁ
পাঠ-৭
চিলনী আৰু মাছ
ㅡ ৰহিমলাই মাছৰ পাচি মূৰত লৈ গৈছে। পাচিত আৰু কি কি নিব পাৰি?
উত্তৰঃ পাচিত আৰু শাক-পাচলি, ফল-মূল, কাপোৰ-কানি, আদি বস্তু নিব পাৰে।
ㅡ শ'লমাছৰ উপৰি তোমালোকে আৰু কি কি মাছ দেখিছা।
উত্তৰঃ কাৱৈ, পুঠি, গৰৈ, ৰৌ, মাগুৰ, বৰালি , চিতল, খলিহনা আদি মাছ দেখিছো।
ㅡ চিলনীৰ দৰে আন কি কি চৰায়ে মাছ খায়?
উত্তৰঃ চিলনীৰ দৰে আন বহুত চৰায়ে মাছ খায় তাৰ ভিতৰত বগলী, কনামুছৰী, মাছৰোকা, আৰু হাঁহজাতীয় বিভিন্ন চৰাইয়ো মাছ খায়।
ㅡ মেকুৰী জাঁপ দিওঁতে শ'ল মাছটো কালত পৰিল।খালৰ উপৰি মাছ আৰু ক'ত ক'ত থাকে।
উত্তৰঃ খালৰ উপৰি মাছ বিল, নদী, সাগৰত থাকে।
১) কোনে কি কৰিছে কোৱা।
উত্তৰঃ তোমালোকে এইটো নিজে ছবি চাই কৰিবলৈ ষত্ন কৰিবা।
২) কাষৰ পৰা আখৰ আনি খালী ঠাইত লিখা আৰু পঢ়া।
গৰৈ হ খা শী মে বৰালি
খলিহনা নী ৰৈ ৱৈ খালৈ
মেকুৰী ৰ ৰা কাৱৈ
মাগুৰ
চিলনী
বৰশী
৩) খালৈৰ পৰা সঠিক শব্দ আনি খালী ঠাই পূৰ কৰা।
কৰিম ককায়ে জাল মাৰিছে । সিঁচিছে
লখিমীহঁতে পল মাৰিছে । পাতিছে
গঞাই পুখুৰী সিঁচিছে। মাৰিছে
ৰহিমলাই জাকৈ বাইছে। বাইছে
খুৰাই চোপা পাতিছে । মাৰিছে
মইনাই বৰশী বাইছে । বাইছে
ওলট-পালটকৈ থকা বাক্য়বোৰ পাঠৰ লগত মিলাই লিখা।
উদাহৰণ一
∎চিলনীয়ে ৰংমনে উৰি উৰি চায়।
উৰি উৰি চিলনীয়ে ৰংমনে চায়।
∎ৰহিমলাই মূৰত মাছৰ পাচি লৈ য়ায়।
ৰহিমলাই মাছৰ পাচি মূৰত লৈ যায়।
∎ শ'ল মাচ মেকুৰীৰ গালত সৰি পৰিল।
সৰি পৰিল শ'ল মাছ মেকুৰীৰ গালত
∎ মাছটোৱে পানী পাই ৰং মনে নাছে।
পানী পাই মাছতোৱে নাছে ৰং মনে।
∎ চিলনীয়ে গছত বহি খং মনে চায়।
গছত বহি চিলনীয়ে চায় খং মনে।
পাঠ-৮
পখিলা
১) যাৰ যি ৰং সেই ৰঙেৰে বোলোৱা।
উত্তৰঃ তোমালোকে নিজে কৰিবা।
২) ফুলৰ নামবোৰ পঢ়া। নামবোৰত থকা া -কাৰ ি -কাৰ , ী -কাৰ, ে -কাৰ যুক্ত ফুলৰ নামবোৰ বিচাৰি তলৰ ঘৰত লিখা।
ফুলৰ নাম া -কাৰ ি -কাৰ ে -কাৰ ী -কাৰ
শেৱালি শেৱালি শেৱালি শেৱালি
কৰবী কৰবী
নাহৰ নাহৰ
তগৰ
অপৰাজিতা অপৰাজিতা অপৰাজিতা
জৱা জৱা
সেউতী সেউতী সেউতী
কেতেকী কেতেকী কেতেকী
মালতী মালতী মালতী
নয়নতৰা নয়নতৰা
৩) ম আৰু ল থকা আখৰত ✔ চিন দিয়া।
মাখি✔ পখিলা✔ মহ ✔ পৰুৱা মকৰা✔ ফুল✔ নাচপতি মাছ✔ ফৰিং মগৰ✔ মদাৰ✔ গোলাপ✔ সেউজীয়া মেকুৰী✔
৪) শব্দ সাজা
প ৱা পৰুৱা
ঘ ৰু ৱা ঘৰুৱা
ধ ৱা ধৰুৱা
ন বন
ব ধ বধ
স্তু বস্তু
৫) কি হ'ব কোৱা।
হেজাৰখন ঠেং তাৰ
ৰে'লৰ দৰে চলে
চুই দিয়াৰ লগে লগে
গোল হৈ পৰে।
উত্তৰঃ কেৰেলুৱা
৬)তলৰ শব্দবোৰৰ পৰা ু কাৰ ূ কাৰ ো কাৰ ৈ কাৰ আৰু ৌ কাৰযুক্ত শব্দবিলাকৰ তালিকা কৰা।
শব্দৰ নাম ু -কাৰ ূ-কাৰ ো-কাৰ ৈ-কাৰ ৌ-কাৰ
ফুল ফুল
মূৰ মূৰ
ঢোল ঢোল
জোন জোন
জাকৈ জাকৈ
কুকুৰা কুকুৰা
জলৌ জলৌ
ভোমোৰা ভোমোৰা
টকৌ টকৌ
পৰুৱা পৰুৱা
আখৈ আখৈ
তামোল তামোল
পহু পহু
৭) কাষত থকা শব্দৰ সৈতে অৰ্থৰ মিল ৰাখি খালী ঠাই পূৰ কৰা।
আকাশ 一 নীলা বেঙুনীয়া
গছৰ পাত 一 সেউজীয়া নীলা
বেঙেনা 一 বেঙুনীয়া ৰঙা
সৰিয়হৰ ফুল 一 হালধীয়া হালধীয়া
জবা 一 ৰঙা সেউজীয়া
৮) চাই চাই লিখা।
নিঃসহায় লোককক সহায় কৰিবা।
নিঃসহায় লোককক সহায় কৰিবা।
নিঃসহায় লোককক সহায় কৰিবা।
পাঠ-৯
আমাৰ উৎসৱ
১) 'ক' অংশৰ লগত 'খ' অংশৰ শব্দ মিলাই লিখা।
ভোগালী বিহু কাতি বিহু
ৰঙালি বিহু ঈদ
কঙালি বিহু মাঘ বিহু
পোহৰৰ উৎসৱ বহাগ বিহু
মুছনমানসকলৰ উৎসৱ দেৱালী
উত্তৰঃ
ভোগালী বিহু মাঘ বিহু
ৰঙালি বিহু বহাগ বিহু
কঙালি বিহু কাতি বিহু
পোহৰৰ উৎসৱ দেৱালী
মুছনমানসকলৰ উৎসৱ ঈদ
২) কি উৎসৱত কি কৰে মিলাই কোৱা।
বাথৌ পূজাত ঐনিতম্ গাই গোমৰাগ নাচে
আলি-আয়ে-লৃগাঙত সমূহীয়া গীত গাই
বৰদিনত খেৰাই নাচে
ঈদত সমূহীয়াকৈ নমাজ পাতে।
উত্তৰঃ
বাথৌ পূজাত খেৰাই নাচে
আলি-আয়ে-লৃগাঙত ঐনিতম্ গাই গোমৰাগ নাচে
বৰদিনত সমূহীয়া গীত গাই
ঈদত সমূহীয়াকৈ নমাজ পাতে।
৩)বিদ্য়ালয়ত পালন কৰা উৎসৱ আৰু দিৱস সমূহৰ বিষয়ে কথা পাতোঁ আহা
উত্তৰঃ সৰস্বতী পূজা, গণৰাজ্য় দিৱস, শিক্ষক দিৱস, শিশু দিৱস, স্বাধীনতা দিৱস বিদ্য়ালয়ত পালন কৰা হয়।
৪) চাই চাই লিখাঁ ।
বিহু আমাৰ জাতীয় উৎসৱ।
বিহু আমাৰ জাতীয় উৎসৱ।
বিহু আমাৰ জাতীয় উৎসৱ।
৫) ছবি চাই বাক্য় পূৰ কৰা।
ইনাই কাঁচিজোন চাইছে।
আয়ে তুলসী তলত বন্তী দিছে।
ল'ৰা-ছোৱালীয়ে ভেলাঘৰ সাজিছে।
খুড়ীহঁতে ভাজি ভাজিছে।
৬) মাহৰ নাম
উত্তৰঃ ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত।
পাঠ-১০
গুৱাহাটীলৈ যাওঁ
১) কোৱা।
◼জুনজুনহঁতে কাৰ লগত গুৱাহাটীলৈ গৈছিল?
উত্তৰঃ জুনজুনহঁতে মোমায়েকৰ লগত গুৱাহাটীলৈ গৈছিল।
◼ জুনজুনহঁতে গুৱাহাটীত কি কি দেখিলে?
উত্তৰঃ জুনজুনহঁতে গুৱাহাটীত ওখ ওখ ঘৰ দেখা পালে আৰু যাদুঘৰ, তৰাঘৰ, চিৰিয়াখানা,উৰণীয়া সেতু, আৰু বহুতো গাড়ী-মটৰ চলাচল দেখিলে।
◼ তেওঁলোকে গাঁৱৰ দৰে নগৰত কি দেকা নাপালে?
উত্তৰঃ তেওঁলোকে গাঁৱৰ দৰে নগৰত বেছি গছ-গছনি দেকা নাপালে।
২) দলত কথা পাতোঁ আহা।
◼ নগৰৰ বিষয়ে ( ছবিত দেখা আৰু নেদেখা)
উত্তৰঃ নগৰৰ বিষয়ে কবলৈ গলে নগৰত বহুত গাড়ী-মটৰ, ওখ ওখ ঘৰ , ৰাস্তা-ঘাট পকী, দোকান পাহৰ সুবিধা, বেঙ্কৰ সুবিধা, আদি বহুত কাৰণ আছে।
◼গাঁৱৰ বিষয়ে (ছবিত দেখা আৰু নেদেখা)
উত্তৰঃ গাৱৰ বিষয়ে কবলৈ গলে গাৱৰ ৰাস্তা-ঘাট পকী নহয়, ঘৰ বোৰ পকাৰৰ নহয়, বেঙ্কৰ সুবিধা কম, গাড়ী-মটৰৰ সুবিধা নাই, দুকান পাহৰ সুবিধা কম, কিন্তু গাৱৰ মানুহবোৰ বৰ সহজ সৰল ইজনে- সিজনক ভালকৈ মাতে গাৱৰ প্ৰায়বিলাক মানুহৰে গৰু বা ম'হ থাকে আদি আৰু বহুত কাৰণ আছে।
৩) গোল চিনৰ ভিতৰত থকা -কাৰ (স্বৰ) চিনযুক্ত আখৰেৰে দুটাকৈ শব্দ গঠন কৰা।
পা 一 পানী, পাচলি
কা 一 কাম, কামপুৰ
চি 一 চিৰিয়াখানা, চিলনী
শে 一 শেষ, শেলাই
বৃ 一বৃষ, বৃন্দাবন
গী 一 গীত, গীতালি
৪) -কাৰ (স্বৰ) চিন লগ লগাই অৰ্থপূৰ্ণ শব্দ গঠন কৰোঁ আহা।
া ি ী ু ূ ৃ ে ৈ ো ৌ
বেলন নাৰিকল ছাতি জাকৈ ছাগলী মৌচাক
পাঠ-১১
হাতী পালেগৈ পাৰ
১) কওঁ আহা।
▶ হাতীটোৱে কিয় ডুবিব বুলি ভাবিছিল?
উত্তৰঃ হাতীটোৱে ভাবিছিল কাৰণ ইমান ডাঙৰ বানপানী , হাতীটোৰ সেইদিনা সাতুৰিব, আৰু পাৰ হৱলৈ মন যোৱা নাছিল সেইকাৰণে হাতীটোৱে ডুবিব বুলি ভাৱিছিল ।
▶ হাতীটোৱে নৈৰ পাৰ হ'বলৈ কাৰ কাৰ সহায় বিচাৰিছিল?
উত্তৰঃ হাতীটোৱে নৈৰ পৰা হবলৈ প্ৰথমতে হাঁহ এজনীক সুধিছিল। তাৰ পিছত এখন নাওঁ, আৰু এখন দলঙক সহায় বিচাৰিছিল।
▶ হাঁহে হাতীক কি বুলি কৈছিল?
উত্তৰঃ হাঁহে হাতীক এইবুলি কৈছিল তুমি ইমান বিয়াগোম লৰাব নোৱৰোঁ তোমাৰ নোম।
▶ নাওখনে হাতীক কি উত্তৰ দিছিল?
উত্তৰঃ নাওখনে হাতীক কৈছিল তুমি উঠিলে মই ডুবি মৰিম বুলি উত্তৰ দিছিল।
▶ দলংখনে কিয় নোৱাৰিম বুলি কৈছিল?
উত্তৰঃ দলংখনে এইকাৰণে নোৱাৰিম বুলি কৈছিল কাৰণ দলংখনক কোনোবা যুগতে সজা হাতীটো উঠিলে দলংখন ভাগি পৰিব।
২) তলত কেইটামান শব্দ আছে। সেই শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবিলাক শুঁৰৰ পৰা ওলোৱা পানীত আছে। উদাহৰণত দেখুৱাৰ দৰে লিখোঁ আহা।
উদাহৰণ一 ডাঙৰ一 সৰু নাই 一 আছে বেছি一 কম
পুৰণি一নতুন ৰতি一 দিন ভাল 一 বেয়া
চোকা一 ভোটা গধুৰ一 পাতল হ'ব 一 নহ'ব
ধোওঁ一 নোধোওঁ
নহ'ব, নোধোওঁ, ভাল, নাই, পুৰণি
সৰু, বেছি, ৰাতি, পাতল, ভোটা
৩) বাক্য় সাজা।
ওখ 一 গুৱাহাটীত ওখ ঘৰ আছে।
দীঘল一 ৰছীদাল বৰ দীঘল ।
ডাঙৰ一 মোৰ লগৰজন মোতকৈ এমাহৰ ডাঙৰ ।
চাপৰ一 ল'ৰাটো দশমমান শ্ৰেণীত পঢ়ি আছে কিন্তু চাপৰ ।
৪) খালী ঠাই পূৰ কৰা
হাতীৰ শুঁৰডাল বৰ দীঘল ।
হাতীৰ কাণ দুখন বৰ ডাঙৰ ।
নিগনিৰ দাঁত বৰ চোকা ।
নিগনিৰ নেগুডাল বৰ দীঘল ।
৫) পানীত কিহে কিহে সাতুৰিব পাৰে?
উত্তৰঃ পানীত মাছ, কাছ, ঘৰিয়াল, বেং, কুকুৰ, মানুহ, আদি বস্তুবোৰে সাতুৰিব পাৰে।
৬) চাই চাই লিখা।
বিপদত সহায় কৰা ভাল।
বিপদত সহায় কৰা ভাল।
বিপদত সহায় কৰা ভাল।
৭) মাজত ল আখৰ ৰাখি শব্দ সাজা।
ম চা ম চালনী
চি ল নী চিলনী
প নী ম পলম
৮) কাষৰ পৰা আখৰ আনি শব্দ লিখা আৰু পঢ়া।
পি নি ঠি হাঁ নিগনি, হাতী
হা না নি তী নিৰৱ
গ শুঁ ৰ ৱ শুঁনা
Lesson 12 | Class 1 Assamese Book Question Answer SCERT | জোনলৈ যাওঁ ব'লা | Lesson 12 Question Answer Solution For Assam |
পাঠ-১২
জোনলৈ যাওঁ ব'লা
১) কিহেৰে কিহেৰে যাব পাৰি লিখোঁ আহা।
জোনলৈ ― ৰকেটেৰে।
বজাৰলৈ― ঘোৰা গাড়ীৰে।
নদীৰ সিটো ― নাওঁৰে।
পাৰলৈ
মোমাই ঘৰলৈ ― বাছেৰে।
মেলালৈ ― গৰু গাড়ীৰে।
২) শেষৰ আখৰৰ মিল থকা শব্দ কওঁ আৰু লিখোঁ আহা।
কল ― বল―নল―ধল।
বন― ধন―মন―কন।
ঘৰ―বৰ―মৰ―ধৰ।
মাহ―দাহ―বাহ―কাহ।
ৰং―খং―বং―নকং।
হাত―বাত―মাত―কাত।
৩) লিখোঁ আহা।
(ক) বল
এইটো বল।
এইটো মোৰ বল।
মোৰ বলটো ৰঙা।
মই বল খেলি ভাল পাওঁ।
(খ) কল
এইবোৰ কল।
এইবোৰ মোৰ কল।
মোৰ কলবোৰ হালধীয়া।
মই কল খাই ভাল পাওঁ।
(গ) ফুল
এইটো ফুল।
এইটো মোৰ ফুল।
মোৰ ফুলটো গোলপীয়া।
মই ফুল ভাল পাওঁ।
(ঘ) কলম
এইটো কলম।
এইটো মোৰ কলম।
মোৰ কলমৰ ৰং নীলা।
মই কলমে লেখি ভাল পাওঁ।
(ঙ) ঘৰ
এইটো ঘৰ।
এইটো মোৰ ঘৰ।
মোৰ ঘৰটোৰ ৰং ৰঙা।
মই ঘৰটো বহুত ভাল পাওঁ।
(চ) গছ
এইডাল গছ।
এইডাল মোৰ গছ।
মোৰ গছৰ ৰং সেউজীয়া।
মই গছ ভাল পাওঁ।
৪) খালী ঠাই পূৰ কৰা।
⚫ মই জোনবাইৰ দেশলৈ যাম ।
⚫ আমি জোনবাইৰ দেশলৈ যাম ।
⚫ তুমি জোনবাইৰ দেশলৈ যাবা ।
⚫ তোমালোক জোনবাইৰ দেশলৈ যাবা ।
⚫ তেওঁ জোনবাইৰ দেশলৈ যাব ।
⚫ তেওঁলোক জোনবাইৰ দেশলৈ যাব ।
⚫ মিলি জোনবাইৰ দেশলৈ যাম ।
৫) শুদ্ধ শব্দটোত ✔ চিন দিওঁ আহা।
(ক) সাৰ গৰু (খ) বচৰ
ষাঁড় গৰু✔ বছৰ✔
(গ) সাধু✔ (ঘ) ফুল✔
সাধূ ফূল
৬) ৰূপ সলাই লিখা।
উত্তৰঃ ৰূপ সলাই লিখা তোমালোকে নিজে কৰিবা।
Comments
Post a Comment