The Proposal | Chapter 11| Class 10 English Question and Answer Assam |


Chapter: 11 

 The Proposal


 

1. What does Chubukov at first suspect that Lomov has come for? Is her sincere when he later says “And I’ve always loved you, my angel, as if you were my own son”? Find reasons for your answer From the play.

চুবুকভে প্ৰথমে লুমুভ কিয় আহিছিল বুলি ভাবিছিল? তেওঁ সঁচাকৈ পাছৰ কথাবোৰ কৈছিলনে,“ মই তোমাক সদায় নিজৰ সন্তানৰ দৰে ভাল পাওঁ,” যুক্তি সহকাৰে তোমাৰ উত্তৰটো

Answer: At first Chubukov suspects that Lomov had come to barrow money because he was in his evening Dress. In his confession that he loved Lomov and considered him as his own son, Chubukov was not sincere at all. It shows in his decision that he made up his mind not to give money to Lomov. Later his attitude has changed while Lomov asked for his daughter’s hand in marriage and he rushed out to call his daughter, Natalya. 

   প্ৰথমে চুবুকভে ভাবিছিল যে লুমুভে আবেলিৰ সাজ পৰিধান কৰি তেখেতৰ পৰা পইছা ধাৰলৈ বিচাৰি আহিছে।তেওঁ যেতিয়া লুমুভক কৈছিল যে তাক নিজৰ ল’ৰাৰ দৰে  ভাল পাওঁ বুলি সেইয়া মুঠেই অন্তৰৰ পৰা কোৱা নাছিল।


2. Chubukov says of Natalya: “… as if she won’t consent! She’s in love: egad, she’s like a lovesick eat…” Would you agree? Find reasons for your answer.

চুবুকভে নাটালিয়াৰ কথা কৈছে,... যেন তাই মানি ল’বলৈ অপ্ৰস্ত্তত! তাই প্ৰেমত পৰা মেকুৰীটোৰ দৰে হৈ পৰিছে...” তুমি সন্মত নে এইকথাষাৰত, উদাহৰণসহ উত্তৰ দিয়া।

Answer: Yes, Natalya is in love. Natalya’s behaviour shows her feeling for Lomov when she gets to know that he come to propose her. She starts weeping and asks her father to bring Lomov and once.

হয় নাটালিয়া প্ৰেমত পাৰিছিল।ল’ম’ভে তাইক প্ৰস্তাৱ দিব আহিছে বুলি জনাৰ পাছত তাই তাৰ প্ৰতি আচৰণ মৰম সনা হৈ পৰিছিল।তাই কান্দিবলৈ আৰম্ভ কৰিছিল আৰু দেউতাকক তাক মাতি আনিবলৈ কৈছিল।


3. Find all the words and expressions in the play that the characters use to speak about each other, and the accusations and insults they hurl at each other.  

পাঠটিত চৰিত্ৰবোৰে ইটোৱে আনটোক সম্বোধন কৰিবলৈ কোনবোৰ শব্দ প্ৰয়োগ কৰিছে বাছি উলিওৱা।

(i) The words and expressions that have been used in the play by various characters to describe each other are listed below:

Chubukov: intriguer, grabber, old rat, Jesuit

Natalya: a lovesick eat, on excellent housekeeper, not bad looking, well educated 

Lomov: a good neighbour, impudent, pettifogger, malicious, double- faced intriguer, rascal, blind hen, turnip ghost, a villain, a scarecrow, the stuffed sausage, a monster, fool etc.

বিভিন্ন চৰিত্ৰৰ দ্বাৰা পাঠটিত ব্যৱহৃত শব্দসমূহ তলত দিয়া হ’লঃ-

চুবুকভঃ ষড়যন্ত্ৰকাৰী, থাপ মাৰি ধৰা, বুঢ়া চিকা, জেচুইট

নাটালিয়াঃ মৰম ভালপোৱা মেকুৰী, ভাল বন কৰা মহিলা, দেখিবলৈ বেয়া নহয়, শিক্ষিত

ল’ম’ভঃ ভাল চুবুৰীয়া, নিলাজ, কথা চহকী, বদমাছ, দুমুখীয়া চৰিত্ৰৰ ষড়যন্ত্ৰকাৰী, নীচ, অন্ধ, ভূত, খলনায়ক, ভয় লগা, ৰাক্ষস, মুৰ্খ আদি।

Comments

Popular posts from this blog

StudyMate Classroom Class X Assamese Medium Questions & Answers

English Class 10: A Guide for Class 10 Assamese Medium Students (SEBA Curriculum)

JavaScript Basics: A Guide for Beginners