হাট-বজাৰলৈ যাঁও ব'লা II Chapter 1 II Class 1 II Assamese Medium Question Answers
পাঠ-৪
হাট-বজাৰলৈ যাঁও ব'লা
一 হাট-বজাৰৰ ছবিখনত কি কি দেখিছা?
উত্তৰঃ হাট-বজাৰৰ ছবিখনত শাক-পাচলি, ফল-মূল, মাছ-মাংস, দৈৰ টেকেলি আদি দেখা পোৱা গৈছে।
一 হাট-বজাৰত আৰু কি কি বেচা-কিনা হয়?
উত্তৰঃ হাট-বজাৰত মাছ-মাংস, শাক-পাচলি, দৈ, কাপোৰ, লগতে ঘৰুৱা নানা ধৰণৰ বস্তু বেচা-কিনা হয়।
一 তোমালোকৰ ঠাইত কি বাৰে বজা হয়?
উত্তৰঃ তোমালোকে নিজে লেখিবা।
一 তুমি বজাৰ কৰানে?
উত্তৰঃ বজা কৰা বিলাকে কৰো আৰু নকৰা বিলাকে নকৰো বুলি লেখিবা।
লিখা
-কাৰ (স্বৰ) চিন লিখোঁ আহা।
ক + ঋ = কৃ
ক + ঔ = কৌ
ক + ঊ = কূ
ক + ৃ = কৃ
ক + ৌ = কৌ
ক + ূ = কূ
খ + ঋ = খৃ
খ + ঔ = খৌ
খ + ঊ = খূ
খ+ ৃ = খৃ
খ + ৌ =খৌ
খ + ূ = খূ
সাঁথৰ ভাঙো আহা
ক) গাখীৰ বগা কপাহ বগা
আৰু বগা কি?
পানীৰ মাজত খোজ দি
মাছ বিছাৰে যি!
উত্তৰঃ বগলী।
খ) ঘূৰণীয়া ঘূৰণীয়া
ঘূৰণীয়া কি?
ল 'ৰাহঁতে লাগ লাগি
ভৰিৰে খেলে যি!
উত্তৰঃ ফুট বল।
-কৰ (স্বৰ) চিন লিখি পঢ়া ।
মল বগল চক
ককৰ
উত্তৰঃ মূলা
বগলী
চকী
কুকুৰা
সত শহ
পঁপ
উত্তৰঃ সূতা
শহা
পেঁপা
শয়ল মকৰ
চলন
বচন
উত্তৰঃ শিয়াল
মকৰা
চিলনী
বিচনী
ৰবৰ্ণৰ লগত -কাৰ (স্বৰ)চিন আঁচ টানি মিলোৱা।
বৰ্ণ
-কাৰ (স্বৰ) চিন
ও 一 া
এ 一 ৈ
ই 一 ো
উ 一 ী
ঋ 一 ি
আ 一 ে
ঈ 一 ূ
ঔ 一 ু
ঊ 一 ৃ
ঐ 一 ৌ
উত্তৰঃ
ও
一 ো
এ
一
ে
ই
一
ি
উ
一 ু
ঋ 一 ৃ
আ 一 া
ঈ 一 ী
ঔ 一 ৌ
ঊ 一 ূ
ঐ 一 ৈ
কেঁচাই
ভাজি
সিজাই
শুকুৱাই পুৰি
গাজৰ
গাজৰ
আলু
কঠালৰ গুটি
বেঙেনা
আপেল
ৰঙালাও
ৰঙালাও ৰঙালাও গুটি আলু
কঠাল
আলু
ওলকবি
কল
বেঙেনা
জলকীয়া
ফুল-কবি
অমিতা
বন্ধা-কবি
পিয়াজ
জিকা
বিলাহী
লাও
কমলা
বিলাহী
আদা
কেৰেলা
ৰহুন
ওলকবি
মূলা
Comments
Post a Comment