হাতী পালেগৈ পাৰ II Chapter 11 II Class 1 II Assamese II Assamese medium question answers

 

পাঠ-১১
হাতী পালেগৈ পাৰ

) কওঁ আহা।

 হাতীটোৱে কিয় ডুবিব বুলি ভাবিছিল?

উত্তৰঃ হাতীটোৱে ভাবিছিল কাৰণ ইমান ডাঙৰ বানপানী , হাতীটোৰ সেইদিনা সাতুৰিব, আৰু পাৰ হৱলৈ মন যোৱা নাছিল সেইকাৰণে হাতীটোৱে ডুবিব বুলি ভাৱিছিল

 হাতীটোৱে নৈৰ পাৰ 'বলৈ কাৰ কাৰ সহায় বিচাৰিছিল

উত্তৰঃ হাতীটোৱে নৈৰ পৰা হবলৈ প্ৰথমতে হাঁহ এজনীক সুধিছিল। তাৰ পিছত এখন নাওঁ, আৰু  এখন দলঙক সহায় বিচাৰিছিল। 

 হাঁহে হাতীক কি বুলি কৈছিল?

উত্তৰঃ হাঁহে হাতীক এইবুলি কৈছিল তুমি ইমান বিয়াগোম লৰাব নোৱৰোঁ তোমাৰ নোম।

 নাওখনে হাতীক কি উত্তৰ দিছিল?

উত্তৰঃ নাওখনে হাতীক কৈছিল তুমি উঠিলে মই ডুবি মৰিম বুলি উত্তৰ দিছিল।

 দলংখনে কিয় নোৱাৰিম বুলি কৈছিল?

উত্তৰঃ দলংখনে এইকাৰণে নোৱাৰিম বুলি কৈছিল কাৰণ দলংখনক কোনোবা যুগতে সজা হাতীটো উঠিলে দলংখন ভাগি পৰিব।

) তলত কেইটামান শব্দ আছে। সেই শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবিলাক শুঁৰৰ পৰা ওলোৱা পানীত আছে। উদাহৰণত দেখুৱাৰ দৰে লিখোঁ আহা।

উদাহৰণ ডাঙৰ সৰু       নাই   আছে    বেছি  কম  

                  পুৰণিনতুন        ৰতি দিন        ভাল  বেয়া

                  চোকা ভোটা     গধুৰ পাতল     '  নহ'    

                  ধোওঁ নোধোওঁ

নহ', নোধোওঁ, ভাল, নাই, পুৰণি

সৰু, বেছি, ৰাতি, পাতল, ভোটা 

) বাক্য় সাজা।

ওখ   গুৱাহাটীত ওখ ঘৰ আছে।

দীঘল  ৰছীদাল বৰ দীঘল  

ডাঙৰ মোৰ লগৰজন মোতকৈ এমাহৰ ডাঙৰ 

চাপৰ  'ৰাটো দশমমান শ্ৰেণীত পঢ়ি আছে কিন্তু চাপৰ  

) খালী ঠাই পূৰ কৰা

হাতীৰ শুঁৰডাল বৰ   দীঘল  

হাতীৰ কাণ দুখন বৰ  ডাঙৰ  

নিগনিৰ দাঁত বৰ চোকা  

নিগনিৰ নেগুডাল বৰ দীঘল  

) পানীত কিহে কিহে সাতুৰিব পাৰে?

উত্তৰঃ পানীত মাছ, কাছ, ঘৰিয়াল, বেং, কুকুৰ, মানুহ, আদি বস্তুবোৰে সাতুৰিব পাৰে।

) চাই চাই লিখা।

বিপদত সহায় কৰা ভাল।

বিপদত সহায় কৰা ভাল।

বিপদত সহায় কৰা ভাল।

) মাজত আখৰ ৰাখি শব্দ সাজা।

    চা             চালনী

চি        নী         চিলনী

    নী             পলম

) কাষৰ পৰা আখৰ আনি শব্দ লিখা আৰু পঢ়া।

পি   নি   ঠি   হাঁ            নিগনি, হাতী

হা না  নি  তী               নিৰৱ

  শুঁ                      শুঁনা

 

 


 

Comments

Popular posts from this blog

STUDY MATE ONLINE CLASSROOMS

The Importance of Lifelong Learning

STUDY MATE OFFLINE CLASSROOM