পখিলা II Chapter 8 II Class 1 II Assamese II Assamese medium question answers
পাঠ-৮
পখিলা
১) যাৰ যি ৰং সেই ৰঙেৰে বোলোৱা।
উত্তৰঃ তোমালোকে নিজে কৰিবা।
২) ফুলৰ নামবোৰ পঢ়া। নামবোৰত থকা া -কাৰ ি -কাৰ , ী -কাৰ, ে -কাৰ যুক্ত ফুলৰ নামবোৰ বিচাৰি তলৰ ঘৰত লিখা।
ফুলৰ নাম া -কাৰ ি -কাৰ ে -কাৰ ী -কাৰ
শেৱালি শেৱালি শেৱালি শেৱালি
কৰবী কৰবী
নাহৰ নাহৰ
তগৰ
অপৰাজিতা অপৰাজিতা অপৰাজিতা
জৱা জৱা
সেউতী সেউতী সেউতী
কেতেকী কেতেকী কেতেকী
মালতী মালতী মালতী
নয়নতৰা নয়নতৰা
৩) ম আৰু ল থকা আখৰত ✔ চিন দিয়া।
মাখি✔ পখিলা✔ মহ ✔ পৰুৱা
মকৰা✔
ফুল✔
নাচপতি মাছ✔ ফৰিং
মগৰ✔
মদাৰ✔
গোলাপ✔
সেউজীয়া মেকুৰী✔
৪) শব্দ সাজা
প
ৱা
পৰুৱা
ঘ
ৰু
ৱা
ঘৰুৱা
ধ
ৱা
ধৰুৱা
ন
বন
ব
ধ
বধ
স্তু
বস্তু
৫) কি হ'ব কোৱা।
হেজাৰখন ঠেং তাৰ
ৰে'লৰ দৰে চলে
চুই দিয়াৰ লগে লগে
গোল হৈ পৰে।
উত্তৰঃ কেৰেলুৱা
৬)তলৰ শব্দবোৰৰ পৰা ু
কাৰ ূ
কাৰ ো
কাৰ ৈ
কাৰ আৰু
ৌ কাৰযুক্ত শব্দবিলাকৰ তালিকা কৰা।
শব্দৰ নাম ু -কাৰ
ূ-কাৰ ো-কাৰ
ৈ-কাৰ ৌ-কাৰ
ফুল
ফুল
মূৰ
মূৰ
ঢোল
ঢোল
জোন
জোন
জাকৈ
জাকৈ
কুকুৰা
কুকুৰা
জলৌ
জলৌ
ভোমোৰা
ভোমোৰা
টকৌ
টকৌ
পৰুৱা
পৰুৱা
আখৈ
আখৈ
তামোল
তামোল
পহু
পহু
৭) কাষত থকা শব্দৰ সৈতে অৰ্থৰ মিল ৰাখি খালী ঠাই পূৰ কৰা।
আকাশ
一 নীলা
বেঙুনীয়া
গছৰ পাত 一 সেউজীয়া
নীলা
বেঙেনা
一 বেঙুনীয়া
ৰঙা
সৰিয়হৰ ফুল
一 হালধীয়া
হালধীয়া
জবা
一 ৰঙা
সেউজীয়া
৮) চাই চাই লিখা।
নিঃসহায় লোককক সহায় কৰিবা।
নিঃসহায় লোককক সহায় কৰিবা।
নিঃসহায় লোককক সহায় কৰিবা।
Comments
Post a Comment